Breaking

Browsing Category

অসম

টুপামাৰীত যুৱতী নিৰুদ্দেশ

কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং টুপামাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে।জানিব পৰা মতে গাঁৱ খনেৰে দিলোৱাৰ হুছেইনৰ কন্যা আলমিনা পাৰিবনে যোৱা ২৯ ছেপ্তেম্বৰত হঠাৎ নিজ গৃহৰ পৰা
Read More...

চৰাইদেউৰ সাপেখাতীত দুষ্প্ৰাপ্য কুৰুৱা পক্ষী উদ্ধাৰ

পক্ষীকুলৰ পৰা বিলুপ্ত প্ৰায় এটা বিৰল প্ৰজাতিৰ কুৰুৱা পক্ষী চৰাইদেউৰ সাপেখাতীত উদ্ধাৰ হয় । জানিব পৰা অনুসৰি সাপেখাতীৰ উজনিকুৰী গাঁওৰ এজন কিশোৰ ৰাতুল শইকীয়াই ঘাঁহ কাটি থকা অৱস্থাত আঘাত প্ৰাপ্ত
Read More...

গুৱাহাটীত উপস্থিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে আৰু ৰাজ্য চৰকাৰৰ সৈতে বৈঠক তৈয়াৰ কৰে।এফএম সীতাৰমণক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী অঞ্জন্ত নেওগে
Read More...

হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ

 হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ  শতাধিক লোকে ঘেৰাও কৰে শালকোচা উপ আৰক্ষী চকীএটা পৰিকল্পিত হত্যাকাণ্ডৰ মুল নায়কক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ জানিব পৰা মতে যোৱা ২৫ চেপ্তেম্বৰ তাৰিখে ধুবুৰী জিলাৰ
Read More...

উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ একাংশ গাঁও পঞ্চায়ত। অসম চৰকাৰে যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন একাংশই  লিপ্ত হৈছে দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে অসমৰ একাংশ গাঁও পঞ্চায়।প্ৰায় বোৰ
Read More...

কেলিফৰ্ণিয়াত ব্যাপক খৰাং

কেলিফৰ্ণিয়াত ব্যাপক খৰাং, বায়ুৰ পৰা পানীৰ যন্ত্ৰৰ দ্বাৰা তৃষ্ণা নিবাৰণ । ৱাশ্বিংটনস্থিত চুনামি প্ৰডাক্টছ (চুনামি প্ৰডাক্টছ)ত ডিজাইন কৰা এজন অভিযন্তা টেড বোমেনে বৰ্ণনা কৰে, "এই যন্ত্ৰবোৰে এয়াৰ কণ্ডিচনাৰৰ দৰে কাম কৰে। আমি এই যন্ত্ৰবোৰৰ
Read More...

ধুবুৰীত চোৰাং ৭ টা গৰুসহ বাহন জব্দ।

 ধুবুৰীত নিতৌ আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু। পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিছিল গৰু ভৰ্তি বলেৰ পিক আপ ভান। গোপন খবৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে বলেৰ বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও নিৰ্দেশ অমান্য কৰি গাড়ীখন পলায়ন কৰে। আগমনী আৰক্ষীয়ে গৰু
Read More...

ৰাষ্ট্ৰীয় গেমচলৈ নিৰ্বাচিত দৰঙৰ চম্পক ডেকা

দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তগৰ্ত ভূড়াৰগড় গাওঁ পঞ্চায়ত এলেকাৰ বাঘৰবাৰী গাঁৱৰ যাদৱ ডেকা আৰু বুলু ডেকাৰ একামাত্ৰ পুত্ৰ চম্পক ডেকাই আগন্তুক ৰাষ্ট্ৰীয় গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে স্থান লাভ কৰাত স্হানীয় ৰাইজৰ মাজত
Read More...

অজিত কুমাৰ বৰালৈ ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা”

দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কোবাল গাঁৱৰ নিবাসী গণকপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক অজিত কুমাৰ বৰাক অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে "অসম জ্ঞান ৰত্ন বঁটা সমন্বয় গোষ্ঠী"ৰ তৰফৰ পৰা ২০২১বৰ্ষৰ "অসম
Read More...

মাধ্যম আন্দোলনৰ প্রথম ছহিদ মোজাম্মিল হকৰ ৫০ সংখ্যক স্মৃতি দিৱস

 বিশ্ব বিদ্যালয় সমূহত অসমীয়া ভাষা মাধ্যম হ'ব লাগে লাগে বুলি দাবী কৰি সদৌ অসম ছাত্র সন্থাই ১৯৭২ চনৰ ৫ অক্টোবৰত দিয়া অসম বন্ধত খাৰুপেটীয়ালৈ পিকেটিং কৰিবলৈ গৈ দুর্বৃত্তৰ হাতত গুৰুতৰ ভাৱে আক্রান্ত হোৱা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক
Read More...