Breaking

Browsing Category

অসম

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত আজি গুৱাহাটীত অনুস্থিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰক
Read More...

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ
Read More...

ধেমাজিত এন এছ ইউ আইৰ প্ৰতিবাদ

যোৱা কিছুদিন পূৰ্বে বি জে পি শাসনাধিষ্ঠিত চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱা কিছুদিন পূৰ্বে ৰাজ পথত গাড়ীৰে মহতিয়াই একাংশ কৃষকক গুৰুতৰ ভাৱে জখম কৰাৰ পিছত কংগ্ৰেছৰ একাংশ নেতৃত্বতই পথ দুৰ্ঘটনাৰ খৱৰ লবলৈ যাওঁতে উত্তৰ প্ৰদেশৰ বিজপি চৰকাৰে শীৰ্ষ নেতা
Read More...

বাক্সাত তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিজনৰ মনোনয়ন দাখিল

অহা ৩০ অক্টোবৰত ৰাজ্যত হ'ব লগীয়া উপ-নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷  বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোত ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ
Read More...

জামুগুৰিহাটৰ মঙলবৰীয়া জৰ্দানবস্তিত কৰম পৰৱ পালন

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা মঙলবৰীয়া জৰ্দানবস্তিত চাহ জনগোষ্ঠীৰ কৰম পৰৱ পালন কৰে। চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক পৱিত্ৰ কৰম পৰৱ। চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলে বৈদিক যুগৰ পৰাই পৰম্পৰাগত ভাবে পালন কৰি আহিছে এই কৰম পৰৱ। সেই
Read More...

টুপামাৰীত যুৱতী নিৰুদ্দেশ

কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং টুপামাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে।জানিব পৰা মতে গাঁৱ খনেৰে দিলোৱাৰ হুছেইনৰ কন্যা আলমিনা পাৰিবনে যোৱা ২৯ ছেপ্তেম্বৰত হঠাৎ নিজ গৃহৰ পৰা
Read More...

চৰাইদেউৰ সাপেখাতীত দুষ্প্ৰাপ্য কুৰুৱা পক্ষী উদ্ধাৰ

পক্ষীকুলৰ পৰা বিলুপ্ত প্ৰায় এটা বিৰল প্ৰজাতিৰ কুৰুৱা পক্ষী চৰাইদেউৰ সাপেখাতীত উদ্ধাৰ হয় । জানিব পৰা অনুসৰি সাপেখাতীৰ উজনিকুৰী গাঁওৰ এজন কিশোৰ ৰাতুল শইকীয়াই ঘাঁহ কাটি থকা অৱস্থাত আঘাত প্ৰাপ্ত
Read More...

গুৱাহাটীত উপস্থিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে আৰু ৰাজ্য চৰকাৰৰ সৈতে বৈঠক তৈয়াৰ কৰে।এফএম সীতাৰমণক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী অঞ্জন্ত নেওগে
Read More...

হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ

 হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ  শতাধিক লোকে ঘেৰাও কৰে শালকোচা উপ আৰক্ষী চকীএটা পৰিকল্পিত হত্যাকাণ্ডৰ মুল নায়কক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ জানিব পৰা মতে যোৱা ২৫ চেপ্তেম্বৰ তাৰিখে ধুবুৰী জিলাৰ
Read More...

উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ একাংশ গাঁও পঞ্চায়ত। অসম চৰকাৰে যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন একাংশই  লিপ্ত হৈছে দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে অসমৰ একাংশ গাঁও পঞ্চায়।প্ৰায় বোৰ
Read More...