অসম

ভয়ংকৰ অগ্নিকাণ্ড; ৭ টা বাসগৃহৰ লগতে সকলো সা-সম্পত্তি ভস্মীভূত…

গোৱালপাৰা জিলাৰ দলগোমাৰ মামুদপুৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ ছামাদ আলীৰ ঘৰত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্টছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয়...

তীব্ৰ গতিত আহি আছে ঘূৰ্ণীবতাহ ‘হামুন’; কোন কোন ৰাজ্যত পৰিব প্ৰভাৱ?

অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত। অতি গুৰুতৰ হৈ পৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘হামুন’। অতি গুৰুতৰ হৈ পৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ...

কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা; থিতাতে নিহত এজন

কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী গাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে মৃত্যুক সাৱটি লয় এজন লোকে। নিহত যুৱকজনৰ...

গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত বিজয়া দশমীৰ ব্যাপক উখল-মাখল পৰিবেশৰ মাজতে মা দুৰ্গাক বিৰ্সজন

ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক মঙলবাৰে বিদায় দিলে ভক্তসকলে। নিজম পৰিল ৪ দিন ধৰি ঢাক আৰু ঘণ্টাৰ লগতে মন্ত্ৰোচ্চাৰণ আৰু মংগল ধ্বনিৰে মুখৰিত...

ঢেকীয়াজুলিত দেৱীৰ বিসৰ্জনকলৈ ব্যাপক আনন্দ…

সমগ্ৰ দেশৰ  অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত প্ৰতিখন পূজা সমিতিয়ে দেৱী দুৰ্গাক বিসৰ্জন দিয়ে। সেই উদ্দেশ্যৰে মঙলবাৰে ঢেকীয়াজুলিত অজস্ৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।...

Popular