অসম

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ...

অসমীয়া-মিচিং ভাষাৰ দ্বি-ভাষিক ই আলোচনী ‘দকচিৰি’ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

অসমীয়া আৰু মিচিং ভাষাৰ  জনপ্ৰিয় দ্বিভাষিক ই আলোচনী দকচিৰিৰ সোমবাৰে দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান  ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত কৰা হয়৷ এই উপলক্ষে দকচিৰি...

নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগাদন কৰে প্ৰায় ২৫গৰাকী...

মালিগাঁৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত দেওবাৰে সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়। প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ...

কলাক্ষেত্ৰত মঞ্চস্থ হ’ল শিশুনাট “শিয়ালী পালেগৈ ৰতনপুৰ”

দেওবাৰে সন্ধিয়া ৬.৩০ বজাত পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ...

Popular