অসম

মাজুলীত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

অসমীয়া ভাষাৰ ওজা হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস মাজুলী জিলা সাহিত্য সভাই সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে৷ পুৱা ৮.৩০ বজাত জিলা সভাপতি ৰঞ্জিৎ...

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ জিলিকিল অসম কন্যা

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ জিলিকিল অসম কন্যা। প্ৰথম অসমীয়া এমটিভি ৰ'ডি অনামিকা বৰ্মন দাসে যোৱা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চুইছ...

ভাৰত গৌৰৱ সন্মান লাভ কৰিলে নগাঁৱৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই

সত্ৰীয়া নৃত্য পৰিৱেশনৰে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হ'ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱা। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰা...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সন্মিলন সম্পন্ন

ন- পুৰণি ছাত্র-ছাত্ৰীৰ অতীত ৰোমন্থনেৰে দেওবাৰে জীপাল হৈ উঠিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰি। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত সতীৰ্থ সন্মিলনত সৃষ্টি হল অনন্য...

পশ্চিমবংগৰ ত্ৰিকোণীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে গুৱাহাটীত অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষণ

গুৱাহাটীৰ মাছখোৱা ঈদগাহ ফিল্ডত ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ এটা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত...

Popular