অসম

উত্তৰ-পূব ভাৰতক আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথ সমূহৰ সৈতে সংযোগ কৰাৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টা; ভাৰত আৰু ম্যানমাৰে যুটীয়া ভাৱে চিট ৱেবন্দৰৰ শুভ উদ্বোধন কৰে

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে। ভাৰতৰ বাবে এই...

ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত আমিনগাঁৱত ৰাভা জনজাতীয় ছয় সংগঠনৰ অনশন কাৰ্যসূচী

নিখিল ৰাভা ছাত্ৰ সন্থা,সদৌ ৰাভা কৃষ্টি সন্মিলন, নিখিল ৰাভা মহিলা পৰিষদ,ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য পৰিষদ, আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয়...

অসমৰ উদ্যোগিক প্ৰগতিৰ আন এক ঐতিহাসিক মুহূৰ্ত; অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপুৰ্তি উপলক্ষে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু ৮ টা...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন বিদ্যার্থী সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় খনৰ অৰ্থনীতি বিভাগত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ এখন দিন জোৰা সমাৰোহ চলিত বৰ্ষৰ ২৫ জুন তাৰিখে...

“দ্য ড্ৰোৱনিং ষ্টেট” শীৰ্ষক এখন আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃতি প্ৰাপ্ত, বহু চৰ্চিত অসমীয়া তথ্যচিত্ৰৰ বাবে ইউৰোপীয় অ’টিটি প্লেটফৰ্মৰ সৈতে চুক্তি স্বাক্ষৰ

অসম স্থিত এক প্ৰডাকচন হাউছে "দ্য ড্ৰোৱনিং ষ্টেট" শীৰ্ষক এখন অসমীয়া তথ্যচিত্ৰৰ বাবে ইউৰোপীয় অ'টিটি প্লেটফৰ্মৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। "দ্য ড্ৰোৱনিং ষ্টেট" হৈছে...

Popular