অসম

মন্ত্ৰী অশোক সিংহলক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দিলে পহু খেদা

ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ প্ৰজাপথাৰত তীব্ৰ উত্তেজনা। মন্ত্ৰী অশোক সিংহলক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই দিলে পহু খেদা। BTR সম্প্ৰসাৰণৰ বিৰোধিতাৰে মন্ত্ৰী গৰাকীৰ উপস্থিতিত...

দৰঙৰ বুঢ়ীনগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢোপৰতল গড়ভঙা নৱ নিৰ্মিত শিৱ মন্দিৰৰ ভূমি পূজন

দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা আৰু ভক্তপ্ৰান ৰাইজৰ উপস্থিতিত ভূমি পূজন কৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। আয়তিৰ উৰুলি শংঙ্খ ধ্বনিৰ মাজেৰে নাৰিকল...

হিমন্ত বিশ্ব শৰ্মাঃ উত্তৰ-পূবত গেৰুৱা দলৰ সূৰ্যোদয়ৰ আঁৰৰ ব্যক্তিগৰাকী

উত্তৰ-পূবত বিজেপিৰ সূৰ্য উদয়ে আনন্দিত কৰি তুলিছে গেৰুৱাদলৰ প্ৰতিজনকে। ভিন্ন ভাষা-ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ উত্তৰ-পূবৰ তিনি খন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত বিজেপিৰ দৰে...

পৰম্পৰাগত চিকিৎসা সম্পর্কীয় এছ চি অ’ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ৰ শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি গুৱাহাটীত প্রথম “B2B Global Conference & Expo on Traditional Medicine under Shanghai...

যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৰহা টোলগেটৰ তিনি কৰ্মচাৰী

অসম আৰক্ষীয়ে আজি ৰাজ্যৰ ৰহা চহৰত সামান্য কাজিয়াত যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগত টোলগেটৰ তিনিজন কৰ্মচাৰীক আটক কৰে। আটকাধীন যুৱককেইজনৰ নাম শংকৰ কুমাৰ, বিপুল বৰদলৈ আৰু...

Popular