অসম

সৰভোগৰ শ্বহীদ ভৱনত শ্বহীদ দিৱস উদযাপন; দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য

শ্বহীদ অমিয় কুমাৰ নাথ আৰু শ্বহীদ হৰপতি তালুকদাৰৰ শ্বহীদ দিৱস উৎযাপন৷ অসম আন্দোলনৰ বীৰ শ্বহীদ অমিয় কুমাৰ নাথ আৰু বীৰ হৰপতি তালুকদাৰৰ সোঁৱৰণত বৰনগৰ আঞ্চলিক...

ভূঞাখাট ক্ৰীড়া সন্থাৰ ২দিনীয়া ভলীবল প্ৰতিয়োগিতাৰ প্ৰথম দিনটোতেই ক্ৰীড়া প্ৰেমীৰ ব্যাপক সমাদৰ

ওদালগুৰি জিলাৰ ভূঞাখাট ক্ৰীড়া সন্থাৰ উদ্যোগত ভূঞাখাট হাইস্কুল খেলপথাৰত ২দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাইজমানি ভলীবল প্ৰতিয়োগিতা। ফ্ৰেব্ৰুৱাৰী মাহত ১৮ আৰু ১৯ তাৰিখে অনুষ্ঠিত হোৱা ভলীবল...

আৰ এছ এছৰ নিৰ্দেশত ৰাজ্যত সংখ্যালঘু লোকৰ বিৰুদ্ধে চলিছে এনকাউণ্টাৰ -কৰিম উদ্দিন বৰভূঞা

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা কৰিম উদ্দিন বৰভূঞাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নিৰ্দেশত সংখ্যালঘু লোকৰ বিৰুদ্ধে এনকাউণ্টাৰ চলোৱা বুলি অসমৰ ৰাজ্য চৰকাৰৰ লগতে আৰক্ষীকো...

যোৰহাটৰ চ’ক বজাৰৰ বিধ্বংসী অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

যোৰহাটৰ চ'ক বজাৰত শেহতীয়াকৈ সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটোৱে অত্যন্ত মৰ্মাহত কৰিছে। আজি ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ব্যৱসায়ী আৰু স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰি ক্ষয়-ক্ষতিৰ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ ৮৩ দিনৰ মূৰত চিকিৎসালয়ৰ পৰা ৰিলিজ

৮৩ দিনৰ চিকিৎসাৰ অন্তত ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ভুক্তভোগী আনন্দ শৰ্মাই আমগুৰি বাসগৃহলৈ ৰাওনা হয়। আদিত্য চিকিৎসালয়ত দুটাকৈ জটিল অস্ত্ৰোপচাৰৰ অন্তত আনন্দ শৰ্মা...

Popular