Breaking

Browsing Category

অসম

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ খানাপাৰাৰ দেৱনগৰত বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপন

আমচাং  বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰা বেদখল স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কৱলত নপৰে
Read More...

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান: কেইবালক্ষাধিক টকাৰ…

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এপিডিচিএলৰ অভিযান অব্যাহত। ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান চলাই কেইবালক্ষাধিক টকাৰ জৰিমনা আদায় কৰিছে বিভাগে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা প্ৰকাশ শক্তি মন্ত্ৰী বিমল বৰাৰ। ২৪ ঘন্টাই
Read More...

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোভিড নিয়ম-নীতিৰ মাজেৰে সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু জিলা আয়ুস গোটৰ সহযোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্রৰ কামৰূপা মঞ্চত উদযাপন কৰা হয়।জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে
Read More...

ডিগবৈত ভাৰতীয় সেনাৰ উদ্যোগত যোগ দিৱস পালন

আজি ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। নিয়মিত যোগাভ্যাসে ব্যক্তি এজনক শাৰীৰিক আৰু মানসিক সুস্থিৰতা প্ৰদান কৰা লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে।ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় ডিগবৈস্থিত ১৮ নং গাৰোৱাল
Read More...

মুকালমুুৱা আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ গেং

মুকালমুৱা আৰক্ষীয়ে নিশা মহানগৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ লখৰাৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিটা দুধৰ্ষ ডকাইত ৷গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা ক্ৰমে জিয়াউৰ হ'ক, ৰহিম আলী আৰু মইনুল হ'ক ওৰফে জাকিৰ ৷অন্যহাতে আজি পুৱাই মুকালমুৱাৰ বৰলিয়াপাৰৰ পৰা গ্ৰেপ্তাৰ কৰে
Read More...

বৰক্ষেত্ৰীত শিল্পীক সম্বৰ্ধনা

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস উপল্যক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰিছে ৰাভা দিৱস ৷ সম্প্ৰতি কোৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে পৃথকে পৃথকে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে ৰাভা দিৱস ৷ নলবাৰী
Read More...

অসম যুৱ পৰিষদৰ দ্বাৰা নাট্যযোদ্ধা পৱিত্ৰ ৰাভাক কলাগুৰু বঁটা প্ৰদান

অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি দেওবাৰে টংলাৰ বিশিষ্ট নাট্যযোদ্ধা পবিত্ৰ ৰাভাক অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ,ওদালগুৰি জিলা
Read More...

ক’ভিড সংক্ৰমণৰ মাজতে ডিব্ৰুগড়ত চিনাক্ত ব্লেক ফাংগাছ ৰোগী।

অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰথম গৰাকী ক'ভিড নিগেটিভ ৰোগীৰ শৰীৰত চিনাক্ত হৈছে মিউকৰ মাইক'চিছ অথবা ব্লেক ফাংগাছ। অনুজীৱবিজ্ঞান আৰু চকু চিকিৎসা বিভাগৰ দলে যুটীয়াভাৱে কৰা পৰীক্ষাত শনিবাৰে নিশা লক্ষীমপুৰৰ ৪৭ বছৰীয়া লোকৰ দেহত ধৰা পৰিছে ব্লেক
Read More...

ধিঙত তিনি মিনিটত দহ হাজাৰ গছপুলি ৰোপন । ডবা শংখ ধ্বনিৰে মুখৰিত কৰিলে ধিঙৰ আকাশ ।

ধিঙৰ উদ্যমী যুৱক বিকাশ নাথে ধিং পৌৰ সভা অন্তৰ্গত ১০ টা ৱাৰ্ডত ৰবিবাৰে পুৱা ১১ বজাত তিনি মিনিটৰ ভিতৰত ১০০০০গছপুলি ৰোপন কৰি এক অভিলেখ সৃষ্টি কৰে । উদ্যমী যুৱকজনে ধিঙৰ কেইবাখনো স্কুল কলেজৰ শিক্ষাৰ্থীক লগত লৈ GREEN DHING নামাকৰনেৰে এই সুন্দৰ
Read More...

অৱশেষত মৃত্যুক সাবটি ল’লে হস্তী বন্ধু হিচাপে খ্যাত মন্দিৰৰ পূজাৰীয়ে।

যোৱা ওঠৰ জুনৰ পুৱা হোজাইৰ থেপ্লাগুৰিৰ ডাঙৰীয়া বাবাৰ আশ্ৰমৰ বৃদ্ধসাধুক হত্যাৰ চেষ্টা কৰিছিল এজন স্থানীয় এজন যুৱকে। আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক স্থানীয় যুৱক দিনৰাজ হাছামফুৰাই উপৰ্যুপৰি কোৰেৰে আক্ৰমণ কৰাত অতি শংকত জনক ভাৱে আহত
Read More...