Breaking

Browsing Category

অসম

ক’ভিড সংক্ৰমণৰ মাজতে ডিব্ৰুগড়ত চিনাক্ত ব্লেক ফাংগাছ ৰোগী।

অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰথম গৰাকী ক'ভিড নিগেটিভ ৰোগীৰ শৰীৰত চিনাক্ত হৈছে মিউকৰ মাইক'চিছ অথবা ব্লেক ফাংগাছ। অনুজীৱবিজ্ঞান আৰু চকু চিকিৎসা বিভাগৰ দলে যুটীয়াভাৱে কৰা পৰীক্ষাত শনিবাৰে নিশা লক্ষীমপুৰৰ ৪৭ বছৰীয়া লোকৰ দেহত ধৰা পৰিছে ব্লেক
Read More...

ধিঙত তিনি মিনিটত দহ হাজাৰ গছপুলি ৰোপন । ডবা শংখ ধ্বনিৰে মুখৰিত কৰিলে ধিঙৰ আকাশ ।

ধিঙৰ উদ্যমী যুৱক বিকাশ নাথে ধিং পৌৰ সভা অন্তৰ্গত ১০ টা ৱাৰ্ডত ৰবিবাৰে পুৱা ১১ বজাত তিনি মিনিটৰ ভিতৰত ১০০০০গছপুলি ৰোপন কৰি এক অভিলেখ সৃষ্টি কৰে । উদ্যমী যুৱকজনে ধিঙৰ কেইবাখনো স্কুল কলেজৰ শিক্ষাৰ্থীক লগত লৈ GREEN DHING নামাকৰনেৰে এই সুন্দৰ
Read More...

অৱশেষত মৃত্যুক সাবটি ল’লে হস্তী বন্ধু হিচাপে খ্যাত মন্দিৰৰ পূজাৰীয়ে।

যোৱা ওঠৰ জুনৰ পুৱা হোজাইৰ থেপ্লাগুৰিৰ ডাঙৰীয়া বাবাৰ আশ্ৰমৰ বৃদ্ধসাধুক হত্যাৰ চেষ্টা কৰিছিল এজন স্থানীয় এজন যুৱকে। আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক স্থানীয় যুৱক দিনৰাজ হাছামফুৰাই উপৰ্যুপৰি কোৰেৰে আক্ৰমণ কৰাত অতি শংকত জনক ভাৱে আহত
Read More...

ভাৰতীয় বায়ু সেনাই শীঘ্ৰেই চীনক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ড্ৰেগনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু…

ভাৰতে যিকোনো চীনা অহংকাৰৰ উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ড্ৰেগনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু বিমান (Rafale Fighter Jets) মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় বায়ু সেনাই পশ্চিম বংগৰ হাচিমাৰা এয়াৰবেচত ৰাফেল বিমান আনুষ্ঠানিকভাৱে মোতায়েন
Read More...

আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

আজি ২১ জুন, বিশ্ব যোগ দিৱস। শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাহন স্বৰূপ পৌৰাণিক ভাৰতীয় পৰম্পৰা যোগাভ্যাসৰ জয়গানেৰে আজি সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো
Read More...

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ক'ভিডৰ সময়ত যোগাভ্যাসক এক আশাৰ বতৰা বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ।এক সুস্থ মন আৰু দেহৰ বাবে যোগাসন অপৰিহাৰ্য : প্ৰধানমন্ত্ৰী দেশৰ লগতে ৰাজ্যতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ।যোগে ক'ভিড প্ৰতিৰোধ কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। গেৰুকামুখত
Read More...

ক’ভিড সংক্রমণ হ্রাস নোহোৱা জিলাত সম্পূর্ণ লকডাউন

ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱা ডিব্রুগড়–তিনিচুকীয়া জিলাত সম্পূর্ণ লকডাউন দিয়াৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ উক্ত জিলাকেইখনত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱাৰ পৰিপ্রেক্ষিতত সম্পূর্ণ লকডাউন বলৱৎ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ দেওবাৰে
Read More...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

যোৱা কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য আগবঢ়াইছে যে, ‘৫ বছৰে বিৰোধী পক্ষত থাকি বিধায়কে কি কৰিব আৰু সেইবাবে সকলোৱে শাসকীয় পক্ষত থাকি কাম কৰক। .....’, শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী অসমত থাকিব গতিকে বিৰোধী বিধায়কৰ
Read More...

ডিমৌত ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈৰ দুৰৱস্হা : ডিঙিত মেডেল পিন্ধি পাচলি বেপাৰ কৰি পৰিয়াল পোহপাল

অসমৰ গৌৰৱ ডিমৌ হেণ্ডবল ক্লাৱৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰৱস্হা। সুদীৰ্ঘ সময় হেণ্ডবল খেলত সময় দি ৰাজ্যৰ লগতে জিলালৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ তথা ডিমৌ হেণ্ডবল ক্লাৱৰ সদস্য কৈলাশ চাওৰাৰ এতিয়া পৰিয়ালৰ লগতে নিজৰেই চলিবলৈ
Read More...