অৰ্থনীতি

ইলেক্ট্ৰনিকছ প্ৰস্তুতকাৰীক আকৰ্ষণ কৰিবলৈ ভাৰতৰ ৫০,০০০ কোটি টকাৰ আঁচনি : ৫ লাখ প্ৰত্যক্ষ, ১৫ লাখ পৰোক্ষ চাকৰি পোৱাৰ আশা ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে পাঁচটা বিশ্ব আৰু পাঁচটা ভাৰতীয় ম’বাইল ফোন প্ৰস্তুতকাৰকৰ ঘৰুৱা উৎপাদন তীব্ৰ কৰাৰ লক্ষ্যৰে বৈদ্যুতিন উৎপাদন প্ৰকল্পৰ নীতি...

কনফেডাৰেছন অব ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজৰ ১২৫ বছৰীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী : পুনৰ শক্তিশালী হৈ উঠিব দেশৰ উদ্যোগ প্ৰতিষ্ঠান ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ দেশৰ উদ্যোগ প্ৰতিষ্ঠানবোৰ পুনৰ শক্তিশালী হৈ উঠিব৷ এই কথা উল্লেখ কৰিছে কনফেডাৰেছন অব ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজ (চিআইআই)ৰ ১২৫ বছৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

অসংগঠিত ক্ষেত্ৰত অতি ভয়ানক হৈ পৰিছে পৰিস্থিতি । ভাৰতত মে’ মাহতে কাম হেৰুৱালে ১২ কোটি ২০ লাখে ।

 প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ৰে’ল আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহে নিবনুৱাৰ ছবি৷ প্ৰতিদিনে ৰে’লত নিজৰ ৰাজ্যলৈ ওভতিছে হাজাৰ হাজাৰ শ্ৰমিক৷ লকডাউন উঠিলে পৰিস্থিতি স্বাভাৱিক...

কলিয়াবৰত স্থানীয় ব‍্যৱসায়ীৰ বৃহৎ লোকচান । বিয়া-সভাহৰ ৰভাঘৰ নিৰ্মাণ, পোহৰ, বাচন-বৰ্তন যোগান, কেটাৰিং ব‍্যৱসায়ী সন্মুখীন হৈছে বৃহৎ আৰ্থিক সঙ্কটৰ ।

কলিয়াবৰ : কৰ'নাৰ সঙ্কট কাল যেন নাতঁৰিবই যেন! দিনে-দিনে, প্ৰতিদিনে বাঢ়ি আহিছে ৰোগীৰ সংখ‍্যা। ফলস্বৰূপে অধিক প্ৰভাৱিত হৈছে ব‍্যৱসায়ীসকল।বিগত ছয় মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়।...

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান : অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অপ্ৰাণ চেষ্টা

টীয়ক বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ...

Popular