Breaking

Browsing Category

শিক্ষা

ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৪৩০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী অভিনন্দন

"অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নৱপ্ৰজন্মই শিক্ষা-দীক্ষাত আগবাঢ়ি যাব লাগিব। আজি ক্ৰমে ক্ৰমে বৃদ্ধি পাবলৈ ধৰা যুৱ উশৃংখলতাৰ বিপৰীতে এই সভাগৃহত বহি থকা চাৰি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰী আমাৰ সমাজৰ বাবে এক সজীৱ আশা। কৃতী ছাত্ৰ হোৱা সমান্তৰালকৈ
Read More...

৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

দেওবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰস্তাৱিত ৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত উচ্চ শিক্ষা বিভাগ আৰু সংশ্লিষ্ট মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভিন্ন
Read More...

আন্তঃস্কুল ফুটবলত চামতা উচ্চতৰ মাধ্যমিক আৰু ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চেম্পিয়ন

টিহু, চামতা, নলবাৰী আৰু ধমধমা এই চাৰিটা মণ্ডল ভিত্তিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত অনুষ্ঠিত হোৱা আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন হোৱা দলৰ মাজত শনিবাৰে পুৱা ৯ বজাত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত চুড়ান্ত খেল অনুষ্ঠিত হৈ
Read More...

বাংগালুৰু চিকিৎসা মহাবিদ্যালয়ত প্ৰথম গৰাকী মুছলমান মহিলা অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ ডাঃ অসীমা…

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান (বিএমচিআৰআই)ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰি ডাঃ অসীমা বানুৱে এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হৈছে।
Read More...

কৃৰ্তীমানক অভিনন্দন…

২৭ জুন তাৰিখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এটি সজাতি দলে যোৰহাট চি কে বি মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান দখল কৰা নন্দিতা দাস আৰু টীয়ক জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত
Read More...

উত্তৰ আয়াৰলেণ্ডত সাঁতোৰ বিষয়ত গৱেষণাৰ বাবে ফেল’চিপ লাভ ডিমৌ লখিমীনগৰ মেক্স ইন্দু ফুকনৰ

শিৱসাগৰ জিলাৰ ডিমৌৰ মেক্স ইন্দু ফুকনে সাঁতোৰ বিষয়ত গৱেষণা কৰিবৰ বাবে ভাইচ চেনেলৰ ৰিৰ্চাজ স্কলাৰস্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷ ডিমৌ লখিমীনগৰ নিবাসী মুকুন্দ ফুকন আৰু ইন্দিৰা বুঢ়াগোঁহাই ফুকনৰ একমাত্ৰ
Read More...

ভৱিষ্যতৰ চিকিৎসকসকলে গাঞ্জা খেতি কৰে, গ্ৰাহক আন ছাত্ৰ-ছাত্ৰী! গ্ৰেপ্তাৰ ৫ জন

ভাং খেতি আৰু ভাং ব্যৱসায়ৰ অভিযোগত ৫ জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কৰ্ণাটক আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ ড্ৰাগছৰ খেতি আৰু ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা পাঁচজন চিকিৎসা
Read More...

বিশ্বনাথৰ জিনজিয়াকে ধৰি তিনিখন চাহ বাগিছাত মুখ্যমন্ত্ৰীয়ে  মুকলি কৰিলে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

বৃহস্পতিবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়াকে ধৰি তিনিখন  চাহ বাগিছাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰে। বিহালীৰ জিনজিয়া চাহ বাগিছা
Read More...

১৮ বছৰতে অনুজ্ঞাপত্ৰ লাভ কৰা কনিষ্ঠতম ভাৰতীয় ছোৱালী পাইলট গৰাকীৰ বিষয়ে জানেনে?

সাক্ষী কোছাৰ 'ভাৰতৰ কনিষ্ঠতম বাণিজ্যিক পাইলট৷ যি ভাৰতৰ আন এগৰাকী মহিলা পাইলট মৈত্ৰী পেটেলৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ মৈত্ৰী পেটেলে 19 বছৰ বয়সত এই অভিলেখ গঢ়িছিল। ২০০৫ চনৰ ৩০ মে'ত হিমাচল প্ৰদেশৰ গেটৱে পাৰৱানু নামৰ এখন সৰু চহৰত জন্মগ্ৰহণ
Read More...

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু।হোষ্টেলত শুই থকা অৱস্থাতে মৃত্যু হয় ছাত্রজনৰ। বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহ। মৃত ছাত্রজনৰ নাম নীলোৎপল গগৈ বুলি জানিব পৰা গৈছে। পৰিৱেশ
Read More...