Breaking

Browsing Category

শিক্ষা

দায়িত্ব বানচ গ্ৰহণ নকৰে ক্ষোভিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকেঃ তেজপুৰ মহকুমাত ঘোষণা পত্ৰ দাখিল

ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ বুধবাৰে শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ একাংশ ভাৰপ্ৰাপ্ত প্ৰধান
Read More...

বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগ চাৰি গৰাকী কৃতী প্ৰধান শিক্ষকক সম্বৰ্ধনা

বুধবাৰে বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগত বালিচাপৰি নাথ গাঁৱৰ বৰনামঘৰত এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ নাম প্ৰসংগৰে আৰম্ভ হোৱা সভাখনত গুণোৎসৱ ২০২৩ত 'এ প্লাচ'
Read More...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ সৃষ্টিমুখী চিন্তাৰে সমাজ গঢ়াৰ…

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টি আৰু মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মিংমাং, কচুতলি ওখমাটি আঞ্চলিক সমিতি সমূূূহৰ সহযোগত মংগলবাৰে ১১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷
Read More...

ওদালগুৰিৰ বিভিন্ন ঠাইত গ্ৰীষ্মকালীন শিশুৰ কৰ্মশালা

ৰাজ্যৰ শিক্ষাৰ্থীৰ মানসিক -বৌদ্ধিক তথা শাৰীৰিক উৎকৰ্ষৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন উল্লেখনীয় পদক্ষেপ।শিক্ষাৰ্থীৰ মানসিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰিয়েই ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণী পর্যন্ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা
Read More...

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি

বিশ্বনাথ জিলাৰ অন্তৰ্গত পাতৰ জনগোষ্ঠীৰ অধ্যুষিত এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লৈছে বিশ্বনাথ জিলা পাতৰ
Read More...

বিশ্বনাথৰ বালিজানত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বধৰ্না

বিশ্বনাথৰ বালিজান গাঁও উন্নয়ন সমিতিৰ সৌজন্যত কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বধৰ্না অনুষ্ঠান দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাখন অৰ্পনা বৰাৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়।
Read More...

দেৰগাঁৱৰ ৰেডিয়েন্ট কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

দেৰগাঁৱৰ অন্যতম এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰেডিয়েন্ট জুনিয়ৰ কলেজত শনিবাৰে ২০২৩ বৰ্ষৰ গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। সভাত
Read More...

দেৰগাঁৱৰ সমীপৱৰ্তী কাকডোঙাত বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ শিৱিৰ

খঙ্গীয়া অ'ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ অধীনত কাকডোঙা অলষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ উদ্যোগত ৬জুলাই পৰা ২১ জুলাইলৈ কাকডোঙা শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ।
Read More...

চিচিবৰগাঁৱত আছুৰ বিশেষ অভিনন্দন

প্ৰত্যেক বছৰৰ দৰে এইবাৰো চিচিবৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিচিবৰগাওঁ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত কৰে বিশেষ অভিনন্দন অনুষ্ঠান।
Read More...

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মত বিনিময়

তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে দেওবাৰে নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।
Read More...