শিক্ষা

আইচিইৰ দ্বাৰা ঘৰতেই কম্পিউটাৰৰ প্ৰশিক্ষণ ।

উজনি-মাজুলী : ক'ৰণা ভাইৰাচৰ প্ৰভাৱত সমগ্ৰ বিশ্বতেই শিক্ষা আৰু অর্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷ এই মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে শিক্ষাৰ্থীসকলক৷ বহুতেই ইতিমধ্যে এটা শিক্ষাবৰ্ষ...

কলাত ৯৪ শতাংশ, বিজ্ঞান, বাণিজ্য, কাৰিকৰীত ১০০ শতাংশৰে সাফল্য চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

উজনি-মাজুলী : ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূব মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পূৰ্বৰ...

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনেৰে জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ সন্তান অভিজিৎ গগৈ ।

নাজিৰা : দৰিদ্ৰতা ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুওৱালে নাজিৰাৰ চূণপোৰা হেমেনাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সন্তানে।চূণপোৰা হেমেনাবাৰীৰ নিবাসী  জীৱন গগৈ...

জুয়ে পোৰা সোণ হৈ উজ্বলিল মাজুলীৰ নিকিতা ।

উজনি মাজুলী : দৰিদ্ৰতা যে শিক্ষাৰ বাবে হেঙাৰ হব নোৱাৰে তাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ নিকিতা তামুলীয়ে | মানুহ ঘৰলৈ যাবলৈ নাই...

বিদ্যা নিকেতনৰ সাফল্যৰ পিছত এইবাৰ অসমত শিশু শিক্ষা সমিতিৰ ‘শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন’ স্থাপন ।

গুৱাহাটী :বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অধীনস্থ শিশু শিক্ষা সমিতি, অসমে সমগ্ৰ ৰাজ্যত ৫৫৬ খন বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা...

Popular