Breaking

Browsing Category

শিক্ষা

শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ১২১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গুৱাহাটীলৈ ৰাওনা…

শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ১২১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গুৱাহাটীলৈ ৰাওনা সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ উদ্যোগত আৰু অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁৱৰ পৰা দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ এটা দল শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পৰীক্ষাৰ সময়সূচীক লৈ অসন্তুষ্ট মাজুলী জিলা ছাত্ৰ মুক্তি…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পৰীক্ষাৰ সময়সূচীক লৈ অসন্তুষ্ট মাজুলী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰিষদে শেহতীয়াকৈ প্ৰকাশ কৰা স্নাতক মহলাৰ প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষাসূচীক লৈ
Read More...

কলগছৰ আঁহযুক্ত পেলনীয়া সামগ্ৰীৰ নতুন উৎস উদ্ভাৱনৰ গৱেষণাৰে সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰীৰ…

কলগছ অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা অংগ। কলৰ প্ৰতিটো অংশই ব্যৱহাৰ কৰা হয়। কিন্তু কল লগাৰ পাছত পুৰঠ কলগছ জোপা পেলাই দিব লাগে। নষ্ট হয় কলৰ গা গছ। গ্ৰাম্য সমাজত কলগছৰ পটুৱাৰে ভোজ খোৱা বা জা-জলপান খোৱাৰ ডোং প্ৰস্তুত কৰা হৈছিল যদিও সেয়া এতিয়া
Read More...

ৰাজ্যত অহা দুবছৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত নহয় – শিক্ষামন্ত্ৰী ৰণোজ পেগু…

টেট শিক্ষক - শিক্ষয়িত্ৰী হোৱাৰ‌ আশা যিসকলে ৰাখিছিল সেই আশা পূৰ্ণ নহয় অহা দুবছৰলৈ । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটি বৃহৎ ঘোষণা কৰিলে ।
Read More...

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭-৩০ বজাত সহকাৰী
Read More...

ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পূৱ মাণ্ডলিক আন্তঃবিদ্যালয় যুৱ…

শোনিতপুৰ জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত ১৫, ১৬ আৰু ১৭ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ অন্তৰ্গত পূৱ মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুব মহোৎসৱ অনুষ্ঠিত হ'ব। ৰঙাপৰা মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত মহোৎসৱৰ প্ৰথম
Read More...

বছৰৰ এটাত অবতীৰ্ণ হোৱাটো বাধ্যতামূলক ! ২০২৪ ৰ পৰা দশম-দ্বাদশ পৰীক্ষা দুবাৰকৈ…

২০২৪ বৰ্ষৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হব দশম আৰু দ্বাদশ শ্ৰেনীৰ পৰীক্ষা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই বিষয়ে স্পষ্ট কৰে। মন্ত্ৰী প্ৰধানে শিক্ষাৰ্থী সকলৰ মানসিক চাপ হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে।
Read More...

নাৰীৰ উপাৰ্জন আৰু লিংগ ব্যৱধানৰ বিষয়ত কৰা গৱেষণাৰ স্বীকৃতি ! ক্লাউডিয়া গোল্ডেনলৈ অৰ্থনীতিৰ নোবেল…

সোমবাৰে ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। নাৰীৰ উপাৰ্জন আৰু লিংগ ব্যৱধানৰ বিষয়ত কৰা গৱেষণাৰ স্বীকৃতি স্বৰূপে অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল৷ ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা ছেবাৰ; কোনটো বিষয়ৰ পৰীক্ষা কোন দিনা অনুষ্ঠিত হ’ব চাওক

ইংৰাজীঃ ১৬ ফেব্ৰুৱাৰী ঐচ্চিক বিষয় (সংগীত, নৃত্য, কাৰ্ফ্ট, বাংলা)ঃ ১৭ ফেব্ৰুৱাৰী সমাজ বিজ্ঞানঃ ২০ ফেব্ৰুৱাৰী ৰিটেল ট্ৰেড এনচিকিউএফ(ই), IT/Ites nsqf(e), প্ৰাইভেট চিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ, এগ্ৰিকালছাৰ
Read More...

অসমতো আছিল দুটা খৰ্গৰ গঁড় ! পংকজ কুমাৰ দত্তৰ গ্ৰন্থত অসমৰ প্ৰকৃতিৰ বিষয়ে অভিনৱ তথ্য…

অসমতো আছিল দুটা খৰ্গৰ গঁড়পংকজ কুমাৰ দত্তৰ গ্ৰন্থত অসমৰ প্ৰকৃতিৰ বিষয়ে অভিনৱ তথ্য আপুনি বিশ্বাস কৰক বা নকৰক অসমতো আছিল দুটা খৰ্গৰ গঁড়।অসমৰ গঁড় বুলি ক'লে বৰ্তমান সময়ত এটা খৰ্গৰ গঁড়কে বুজা যায় যদিও এশ বছৰ আগলৈকে অসমতো আছিল দুটা খৰ্গৰ
Read More...