বিনোদন

কাপোৰক লৈ বিপদত উৰ্ফি জাভেদ ! ‘শ্মশানতো স্থান নাপাব উৰ্ফিয়ে’ – ফৈজান আনছাৰী

উৰ্ফি জাভেদৰ বিৰুদ্ধে জাৰি কৰা হৈছে ফাতৱা। এই ফাতৱাত কোৱা হৈছে যে উৰ্ফীয়ে মৃত্যুৰ পিছত শ্মশানত স্থান নাপাব। ইয়াৰ আগতেও বহুতে উৰ্ফিৰ কাপোৰক লৈ...

দৰা হ’বলৈ সাজু কৰণ কুণ্ড্ৰা ! অহা মাহত বিবাহপাশত আৱদ্ধ হ’ব কৰণ আৰু তেজস্বী…

তেজস্বী প্ৰকাশ আৰু কৰণ কুন্দ্ৰাৰ প্ৰেম আৰম্ভ হৈছিল টিভি শ্ব’ ‘বিগ বছ ছিজন ১৫’ৰ পৰা। দুয়োৰে প্ৰেম কাহিনীৰ বাবেই অনুৰাগীসকলে টিভি দম্পতী হালৰ বিবাহৰ...

নবীন বুঢ়াগোহাঞিৰ কবিতা-‘প্ৰাক্তন প্ৰেমিকাবোৰ বুঢ়ী হৈ গ’ল’

প্ৰস্তাৱনা: প্ৰেম এক জৈৱিক উদ্যোগৰঙা-নীলা-হালধীয়া বৰণএছাৰকণি মাৰে প্ৰত্যেক প্ৰেমিকককোনও নিপিন্ধাকৈ থাকিব পৰা নাই প্ৰেমৰ জিন্‌জিৰিয’তেই মই নাথাকো মোৰ গাত আপোনা-আপুনি পৰেহি পখিলা!তেতিয়া কোৱা হয় প্ৰেম...

ভেলেণ্টাইন ডে’ত ‘পাথান’ চাবলৈ দৰ্শকে ভিৰ কৰিলে ছবিগৃহ। ‘পাথান’ৰ উপাৰ্জন ৯৬০ কোটি…

ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘পথানে’ সমগ্ৰ বিশ্বতে ঢৌ তুলিছে। আনকি ভেলেণ্টাইন ডে’ উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে একচন থ্ৰিলাৰ ছবিখন চাবলৈ ছবিগৃহত দৰ্শকে ভিৰ...

ছবিৰ প্ৰচাৰৰ মাজতে পত্নী আৰু কন্যাক মনত পেলাই আৱেগিক হৈ পৰিল ৰণবীৰ কাপুৰৰ! আলিয়া আৰু ৰাহাক ক’লে এই কথা…

ৰহা কাপুৰৰ বয়স তিনি মাহ হ’ল যদিও তেওঁৰ পিতৃ-মাতৃয়ে ফটো ন’ পলিচি ঘোষণা কৰিছে, তথাপিও অনুৰাগীসকলে ৰাহাক চাবলৈ অপেক্ষা কৰি আছে। ইফালে ৰণবীৰ কাপুৰে...

Popular