Breaking

Browsing Category

বিনোদন

বিলুপ্তিৰ পথত পুতলা থিয়েটাৰ : জীৱিকাৰ বিকল্প পথৰ সন্ধানত পুতলা থিয়েটাৰৰ লগত জড়িত শিল্পী –…

নগাঁও : অসমৰ সংস্কৃতিৰ পথাৰত এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ সম্প্ৰতি অতীত হোৱাৰ পথত। যোৱা শতিকাৰ  আশী আৰু নব্বৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ। লোক কৃষ্টিৰ অন্যতম অংগ স্বৰূপ পুতলা
Read More...

কৰ’ণা মহামাৰীয়ে দৈন্যতা কঢ়িয়াইছে ৰাজ্যৰ হাজাৰ হাজাৰ মেলাকেন্দ্ৰিক ব্যৱসায়ীলৈ : বিপাঙত ৰাজ্যৰ…

নাজিৰা : দেশত কৰণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি লকডাউন ঘোষিত হৈ পৰাৰ পৰৱৰ্ত্তী সময়ত দেশৰ অৰ্থব্যৱস্থাত মাধমাৰ পৰাৰ সমান্তৰালকৈ অৰ্থব্যৱস্থাৰ লগত প্ৰত্যক্ষভাৱে জড়িত একাংশ ব্যৱসায়লৈ ঘোৰ অমানিশা নামি আহিছে। দেশত
Read More...

অনিশ্চয়তাৰ সন্মুখীন ভ্ৰাম্যমান থিয়েটাৰ ।

মহামাৰী ব্যাধি ক'ৰোনাৰ সক্ৰমণ ৰোধৰ বাবে চৰকাৰে আহ্বান জনোৱা ল'ক ডাউনে দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে সকলো ক্ষেত্ৰতে গুৰুতৰ প্ৰভাৱ পেলাইছে। ক'ৰোনা ভাইৰাছৰ বিৰূপ প্ৰভাৱৰ ফলত এইবাৰ ৰাজ্যত বাপতি সাহোন বহাগ বিহুৰ কোনো অনুষ্ঠান নোহোৱাত
Read More...

৪০ বেকগ্ৰাউণ্ড ডান্সাৰক আৰ্থিক সাহায্য শ্বাহিদ কাপুৰৰ ।

দৈনন্দিন বাৰ্তা একালত তাৰকাৰ পিছত থাকি নৃত্য কৰি বলীউডত জীৱন আৰম্ভ কৰা শ্বাহিদ কাপুৰ আজি অন্যতম প্রতিভাবান আৰু জনপ্রিয় অভিনেতা। এইজন অভিনেতাই এতিয়া মানুহক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ হায়দৰ খ্যাত শ্বাহিদ কাপুৰে অতীতৰ অৱস্থানত
Read More...

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক গৰখীয়া দ’ল : বিজ্ঞান সন্মত ভাৱে সৌন্দৰ্যবৰ্ধন আৰু…

দিলীপ হাজৰিকা : নাজিৰা : ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা পৌৰানিক কৃৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰী বিয়াগোম বিভাগ আছে যদিও বিভাগীয় বিষয়া -- কৰ্মচাৰীৰ
Read More...

দৰঙত গীতেৰে কৰ’না ভাইৰাছৰ সজাগতা সৃষ্টিৰ প্ৰয়াস শিক্ষক সোনাৰাম ডেকাৰ

মঙলদৈ পৰা অজয় ডেকা। কৰ’না মহামাৰীৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ৰাজ্যখনৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। লকডাউনৰ সময়ছোৱাত দৰং জিলাৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সোনাৰাম ডেকাই
Read More...

লক ডাউন – ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰান্ধনী হলগৈ পদ পথৰ ৰান্ধনী । মুকালমুৱাৰ মনোজ মেধিয়ে পদ পথত দিলে…

মুকালমুৱা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে চৰকাৰে ঘোষণা কৰা দীঘলীয়া  লকডাউনৰ বাবে বহু লোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া যেন সলনি হৈ গৈছে। নিজৰ দৈনন্দিন কৰ্মৰাজী বন্ধ হৈ পৰাৰ ফলত নিজৰ লগতে পৰিয়ালৰ খৰছ উলিওৱাৰ বাবে বহু
Read More...

অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ’ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷

দৰঙৰ পৰা জয়দেৱ ডেকা :   অসমৰ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ'ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷ বিগত বৰ্ষত ৰাজমুকুট থিয়েটাৰৰ "বীৰাংগনা " নাটকত এটা বিশেষ চৰিত্ৰত কৰা অসাধাৰণ অভিনয়ৰ বাবে অভিনেতা
Read More...

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস পালন

 তিনিচুকীয়া ২১৮ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি কেন্দ্ৰীয়ভাৱে তিনিচুকীয়াৰ তিনিকোণীয়াত পালন কৰা হয়৷ মটক সন্মিলন, ৰাজবংশকে ধৰি জনগোষ্ঠীটোৰ কেউটা সংগঠনে অনুষ্ঠিত কৰা দিবসত নামঘৰত ভকত সেৱা প্ৰতিমূৰ্তীত মাল্যাৰ্পণ কৰা হয়।
Read More...

অসম দৰ্শনৰ জৰিয়তে ধৰ্মীয় পৰ্য‍্যটন উন্নয়নৰ অভিলাষী আঁচনি । ন-ৰূপেৰে জিলিকিব কলিয়াবৰ, সাজু হৈ উঠিছে…

কলিয়াবৰ ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত নিৰ্মিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ে লভ কৰিছে ন-ৰূপ। ৰাজ‍্যৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ ঐতিহাসিক স্থলসমূহৰ সৌন্দৰ্য‍্যবৰ্দ্ধনৰ কাম দ্ৰুত গতিত আগবাঢ়িছে।
Read More...