Breaking

Browsing Category

বিনোদন

কাইলৈ সদ্যপ্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন চলচ্চিত্ৰ DIL BECHARAৰ শুভমুক্তি, কিদৰে চাব…

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ কৰোনাৰ মাজতে চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিং ৰাজপুতৰ অন্তিম খন চিনেমা "দিল বেচাৰা" মুক্তি পাব শুকুৰবাৰে। ২৪ জুলাই অৰ্থাৎ কাইলৈ সন্ধিয়া ৭-৩০ বজাত
Read More...

এইচ.এম এন্টাৰটেইনমেন্টৰ চুটি ছবি ‘পথ-উপপথ’।

✍ ভিকি শৰ্মা বিশ্ব ব্যাপি ক'ৰোনাৰ ত্ৰাসৰ কৱলত পৰি অসমৰ শিল্পীসকল ঘৰতেই আৱদ্ধ হৈ আছে কিন্তু তেওঁলোকৰ শিল্প চৰ্চাৰ ধাৰা অটুট ৰাখিছে বিভিন্ন কৰ্মৰাজিৰে। ঠিক এইদৰে ভ্ৰাম্যমাণ মঞ্চ জগতৰ। জনপ্ৰিয় অভিনেতা তথা এমেচাৰ জগতৰ অক্লান্ত সেনানি
Read More...

ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।

দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অংকিত কৰি গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে নলবাৰীৰ কাজিপাৰা নিবাসী চিন্ময়
Read More...

শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত বিশিষ্ট সত্ৰীয়া শিল্পী মাজুলীৰ প্ৰফুল্ল বৰা ।

উজনি-মাজুলী : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত প্ৰদান কৰা শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত হৈ আছে ৭৪ বছৰীয়া বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰফুল্ল বৰা| মাজুলী জিলাৰ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত বেজগাঁৱৰ নিবাসী বিশিষ্ট খোলবাদক, বৰগীতৰ
Read More...

খৈৰাবাৰীত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সংবাদমেল । অতি শীঘ্রেই বেগম জান ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধ…

টংলা : সমগ্র বিটিচি অঞ্চলৰ ব্ৰাহ্মণসকলক প্ৰতিনিধিত্ব কৰা ব্ৰাহ্মণ সকলৰ একমাত্র সামাজিক অনুষ্ঠান সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত শুকুৰবাৰে খৈৰাবাৰীত এক সংবাদমেল সম্বোধন কৰে বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্রীয়
Read More...

হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ “বেগম জান” ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে নলবাৰী জিলা…

নলবাৰী : সমগ্ৰ অসমত সাম্প্ৰদায়িক বিষবাস্পৰ সৃষ্টি কৰা দূৰদৰ্শনৰ অসমীয়া ৰেঙণি চেনেলত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক চিৰিয়েল বেগমজান বয়কট কৰাৰ বাবে হিন্দু ক্ৰান্তি দল অসম নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ
Read More...

ৰেঙনি চেনেলৰ বেগমজান চিৰিয়েলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। গনেশৰ মূৰ্ত্তি আৰু ব্ৰাহ্মিণ ছোৱালীৰ…

মঙ্গলদৈ : অসমৰ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত যোৱা কালিৰে পৰা প্ৰচাৰিত বেগমজান নামৰ নামৰ চিৰিয়েল খনক লৈ লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ হিন্দু ধৰ্মৰ উপাশ্য দেৱতা গনেশক অপমান কৰা বুলি চিৰিয়েল খন বন্ধ কৰাৰ দাবী জনাইছে। তাৰোপৰি এগৰাকী
Read More...

কৰোণাৰ গ্ৰাসত হেৰাই যাব নেকি যাত্ৰিক নাট্যদল সমূহ ?

✍ ভুপেশ খাটনিয়াৰ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মহামাৰী ক'ৰোনাই এতিয়া চকুৰ টোপনি হৰিছে এচাম থলুৱা শিল্পীৰ। যেন অমানিশা নামি আহিছে তেওঁলোকৰ জীৱনলৈ। বিশেষকৈ লকডাউনৰ বাবে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে অসমৰ শিল্পী কলাকুশলী, বাদ্যযন্ত্ৰী
Read More...

নাজিৰাত ভ্ৰাম্যমাণ শিল্পীলৈ সাহায্য বিতৰণ

নাজিৰা : সম্প্ৰতি কৰ’না ভাইৰাছৰ ভয়াবহ পৰিস্থিতিত অসমৰ ভ্ৰাম্যমাণ শিল্পীসকলৰ দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এনে শিল্পীসকলক সাহায্য প্ৰদান কৰি আহিছে ৷ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ শিমলুগুৰি শাখাৰ সৌজন্যত বিষয়া স্বপ্নাৰানী
Read More...

বিলুপ্তিৰ পথত পুতলা থিয়েটাৰ : জীৱিকাৰ বিকল্প পথৰ সন্ধানত পুতলা থিয়েটাৰৰ লগত জড়িত শিল্পী –…

নগাঁও : অসমৰ সংস্কৃতিৰ পথাৰত এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ সম্প্ৰতি অতীত হোৱাৰ পথত। যোৱা শতিকাৰ  আশী আৰু নব্বৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ। লোক কৃষ্টিৰ অন্যতম অংগ স্বৰূপ পুতলা
Read More...