Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
প্ৰকৃতি
স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club
ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE
নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
Cyclone Dana Landfall Process Complete: ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ওৰিশাত উদ্ধাৰ অভিযান আৰম্ভ; পুনৰ মুকলি হ’ল ভুৱনেশ্বৰ বিমানবন্দৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 25, 2024
উপকূলীয় ৰাজ্য ওড়িশাত অহা ভয়াৱহ সাগৰীয় ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফ’ল প্ৰক্ৰিয়া সম্পূৰ্ণ(Cyclone Dana Landfall Process Complete) হোৱাৰ পাছতেই বতৰ লাহে লাহে উন্নত হৈছে । ইফালে উন্নত বতৰৰ পৰিপেক্ষিতত ভুৱনেশ্বৰ বিমানবন্দৰত শুকুৰবাৰৰ পৰা বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে।
Cyclone Dana updates: উপকূলীয় ৰাজ্য ওড়িশাত অৱতৰণ সাগৰীয় ঘূৰ্ণীবতাহ ডানা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 25, 2024
বিগত ছয় ঘণ্টাত ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰা ধুমুহাই কেন্দ্ৰপাৰা জিলাৰ ভিতৰকণিকা আৰু ভদ্ৰক জিলাৰ ধমৰাৰ মাজৰ স্থলভাগত প্ৰৱেশ কৰে(Landfall process of severe cyclonic storm Dana began), য'ত বতাহৰ গতিবেগ ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ আছিল(Cyclone Dana updates)।
Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
October 23, 2024
কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো
Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।
Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 21, 2024
বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ ডানাই(Cyclone Dana) আঘাত হানিব লগা কোনো নিৰ্দিষ্ট স্থান আৰু সময় অথবা ইয়াৰ তীব্ৰতাক লৈ এতিয়ালৈকে কোনো ঘোষণা কৰা নাই যদিও অৱশ্যে সোমবাৰৰ পৰা সাগৰলৈ যোৱা মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ।
1
...
49
50
51
...
155
Page 50 of 155
Popular
অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ
দৈনন্দিন বাৰ্তা
-
September 18, 2026