Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্বাস্থ্য বাৰ্তা
ৰেফাৰ চিকিৎসালয়লৈ পৰিণত হৈছে সোণাপুৰ জিলা চিকিৎসালয় !
আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ
নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
Infertility: কিয় বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যা !..কি কয় চিকিৎসকে ?
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 9, 2024
গুৱাহাটী, ৯ অক্টোবৰ:(Infertility)সাম্প্ৰতিক সময়ত গুৱাহাটীত বন্ধ্যাত্ব ক্ৰমান্বয়ে এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে পৰিগণিত হৈ আহিছে। শেহতীয়াভাৱে মহানগৰীৰ বহু দম্পতিয়ে গৰ্ভধাৰণৰ বাবে সংগ্ৰাম কৰি থাকিব লগীয়া হৈছে।...
AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 8, 2024
দিল্লী এইমছত ভৰ্তি হোৱা ৰোগীসকলে বিচনাৰ কাষত এআই প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা লাভ কৰিব(AI-Based ECG Services)। ইয়াৰ বাবে প্ৰয়োজন নাথাকিব কোনো টেকনিচিয়ানৰ ।
Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Mangaldoi)মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৭২ ৰ মাধ্যম আন্দোলনত প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে দিয়া আত্মবলিদানৰ বাবে পালন কৰা মাতৃভাষা দিৱসৰ সফলভাবে সম্পৰ্ণ হয়৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদ মোজাম্মিল হকৰ মৃত্যু দিনটো ২০০৮ বৰ্ষৰ পৰা 'অসম মাতৃভাষা দিৱস' হিচাপে পালন কৰি আহিছে৷ ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা' আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, 'অসমীয়া মানুহৰ ইতিহাস', 'মিতভাষ' ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।
Immunity Booster Tea: চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়
জীৱনশৈলী
দৈনন্দিন বাৰ্তা
-
October 7, 2024
আমি খোৱা চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ যিকোনো ৰোগ প্ৰতিৰোধ কৰে।(Immunity Booster Tea)
cholesterol: উচ্চ কলেষ্টেৰলৰ ভয়ত কণী কমকৈ খাই নেকি?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 6, 2024
বহু লোকে কণী খাই ভাল পায়। কিন্তু বহু সময়ত এটা ভয়ৰ সৃষ্টি হয়। কিয়নো অত্যধিক কণী খালে কলেষ্টেৰল বৃদ্ধি পাব পাৰে।(cholesterol)
1
...
150
151
152
...
656
Page 151 of 656
Popular
৪,০০০ কোটি টকাৰ সম্পত্তিৰ মালিক বিজেপিৰ বিধায়কে মুম্বাইৰ ৰাজপথত ৪ ঘণ্টা ভিক্ষা খুজি লাভ কৰিলে মাত্ৰ ৮৪ টকা!
দৈনন্দিন বাৰ্তা
-
September 16, 2026