Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

শ্বেম্পু কৰাৰ আগতে মূৰৰ ছালত এলোভেৰা জেল লগাওক আৰু চুলিৰ সমস্যাৰ দূৰ কৰক…

সকলোৱে বিচাৰে তেওঁলোকৰ চুলি শক্তিশালী আৰু সদায় জিলিকি থকা। এনে অৱস্থাত এলোভেৰাই আপোনাৰ প্ৰতিটো সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ বাবে আমি বহু ধৰণৰ চেম্পু, হেয়াৰ মাস্ক আৰু বিভিন্ন ধৰণৰ হেয়াৰ কেয়াৰ প্ৰডাক্ট প্ৰয়োগ কৰো। কিন্তু ইয়াৰ
Read More...

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত আপুনি জানেনে…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে।
Read More...

নাৰিকল তেলৰ বিভিন্ন ঔষধি গুণ জানো আহক…

নাৰিকল তেলে এলঝেইমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ হয়।
Read More...

টোপনি কম পৰিমাণে হ’লে হ’ব পাৰে কিডনিৰ ৰোগ…

এটা অধ্যয়নৰ মতে যিসকল লোকে ৰাতি ছয়ঘন্টাতকৈ কম সময় শোৱে, তেওঁলোকৰ জটিল কিডনিৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। নিশা টোপনিত বাৰে বাৰে ব্যাঘাত হৈ থাকিলে কিডনি ফেইল হোৱাৰ আশংকাও বৃদ্ধি পায়। কিডনিৰ ৰোগত ভুগি থকা লোকসকলৰ প্ৰায়ে উচ্চ ৰক্তচাপ,
Read More...

শীতকালত হোৱা অসুখৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ জানো আহক…

শীত আহিলেই শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে নাকৰ খচ্‌খচনি বাঢ়ি যায়। পুৱা সুস্থ হৈ থকা মানুহজনেও আবেলিলৈ উপৰ্যুপৰি হাঁচি মাৰি তত্‌ নোপোৱা হয়। এনে সময়ত প্ৰায়ে উশাহ-নিশাহ লোৱাত কষ্ট হয়, নাকেৰে পানী ওলায়, লগতে গাটোত জ্বৰ জ্বৰ ভাৱ দেখিবলৈ পোৱা
Read More...

শৰীৰৰ ওজন কমাবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? চাওঁক এখন তালিকা…

1131123017 খাদ্যপৰিমাণকেল’ৰিপ্ৰ’টিন (গ্ৰাম)ৰাতিপুৱাকুহুমীয়া গৰম নেমু পানীৰ সৈতেচেনিবিহীন চাহমেৰী
Read More...

শীতকালত কিদৰে নিজৰ শৰীৰৰ যত্ন ল’ব লাগে ! কি কি খাদ্য খোৱা উচিত শীতকালত জানো আহক…

হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।বহু লোকক অক্সিজেন দিব লগা হয় আৰু হাপানীৰ চিকিৎসা দিব লগা হয়।তেনেদৰে শীতকালি
Read More...

শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে, ওঁঠযুৰি ফাটে, কিছুমানৰ ভৰিৰ গেৰুৱা ফটা দেখা যায়…

আকৌ শীত। এই শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে। ওঁঠযুৰি ফাটে, কিছুমানৰ ভৰিৰ গেৰুৱা ফটা দেখা যায়। আপুনিও বাৰু এনেবোৰ সমস্যাত ভোগে নেকি ? যদি হয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ আমি যদি নিয়মীয়াকৈ প্রাকৃতিক উপাদানেৰে অলপ
Read More...

পানী কেতিয়া , কিয় আৰু কিমান পৰিমাণৰ খাব লাগে জানো আহক…

আমাৰ শৰীৰত যিকোনো কামৰ বাবে নিতান্তই প্ৰয়োজনীয় এক উপাদান হ’ল পানী। এজন ব্যক্তিয়ে বহু সময় খাদ্য নোখোৱাকৈ থাকিব পাৰিলেও কিন্তু পানীৰ অবিহনে দীঘলীয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়। উল্লেখ্য যে মানৱ শৰীৰৰ প্ৰায় ৭৫% পানীৰে গঠিত ।
Read More...

৩০ বছৰৰ পিছত এনেদৰে ছালৰ যত্ন লওক, মুখলৈ গ্ল’ আহিবলৈ আৰম্ভ কৰিব…

৩০ বছৰ বয়সৰ পিছত ছালৰ উজ্জ্বলতা কমিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত ছালখনক এটা বিশেষ ৰুটিনৰ প্ৰয়োজন হয়। ইয়াত আমি আপোনাক এনে কিছুমান টিপছ গ্ৰহণ কৰি ক’ম যিবোৰ গ্ৰহণ কৰি আপুনি ছালখনক সুস্থ আৰু গ্লোয়িং কৰি তুলিব পাৰে।৩০ বছৰ বয়সৰ পিছত ছালৰ
Read More...