Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

সেউজীয়া আৰু ক’লা আঙুৰ দুয়োটাৱে স্বাস্থ্যৰ বাবে সম্পদ, মানসিক চাপ কমোৱাতো সহায় কৰে আঙুৰে…

আঙুৰ খাই সকলোৱে ভালপায়। কিন্তু সকলোৱে আঙুৰৰ উপকাৰিতাৰ বিষয়ে নাজানে। আঙুৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে- আঙুৰক শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে- ভিটামিন চি, ভিটামিন কে, ফলেট, আৰু অন্যান্য খনিজ পদাৰ্থৰ এক উত্তম উৎস বুলি
Read More...

অত্যাধিক ভজা খাদ্য খালে ৩২ ধৰণৰ ৰোগ হ’ব পাৰে! এই অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য…

এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰ সৈতে ৩২ প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ইয়াৰ ভিতৰত হৃদৰোগ, কেন্সাৰ, টাইপ-২ ডায়েবেটিছ আদি গুৰুতৰ ৰোগ আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ আদি অন্যতম। এই
Read More...

টোপনিৰ বাবে সমস্যাত পৰিছে নেকি? সুনিদ্ৰাৰ বাবে কিছু সহজ, সৰল উপায়…

এটি সুন্দৰ আৰু সুস্থিৰ নিদ্ৰাৰ লক্ষণ হ'ল প্ৰতিদিনে একে সময়তে টোপনি যোৱা আৰু একে সময়তে ৰাতিপুৱা নিজে নিজে সাৰ পোৱা। ই অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মগজুৱে যোৱা ৩ দিন টোপনিৰ পৰা সাৰ পোৱা সময়ৰ গঢ় হিচাপ কৰি পৰৱৰ্তী দিনা আপুনি কেতিয়া টোপনিৰ
Read More...

শৰীৰত ওমেগা-৩ৰ অভাৱ হ’লে দুৰ্বল হৈ পৰে চকু আৰু মগজু, সুৰক্ষাৰ বাবে খাওক এই ৫টা বস্তু…

ওমেগা-৩ৰ অভাৱৰ বাবে এনে বহু সমস্যা শৰীৰৰ পৰা আৰম্ভ হয় যিয়ে দৈনন্দিন কাম-কাজত নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ইয়াক প্ৰতিৰোধ কৰিবলৈ আৰু অভাৱ দূৰ কৰিবলৈ ওমেগা-৩ সমৃদ্ধ এই খাদ্যসমূহ খোৱাটো অতি উপকাৰী। ওমেগা-৩ য়ে নিশ্চিত
Read More...

৬৭ বছৰ বয়সত ৩০ বছৰীয়া যুৱকৰ দৰে অভিনেতা অনিল কাপুৰ, তেওঁৰ ফিটনেছৰ ৰহস্য বিষয়ে ক’লে কন্যা…

বয়স বৃদ্ধিৰ লগে লগে বুঢ়া যেন দেখাৰ পৰিৱৰ্তে দিনক দিনে সৰু যেন দেখা গৈছে অনিল কাপুৰক। বলীউডৰ অভিনেতা অনিল কাপুৰক কোনো পৰিচয়ৰ প্ৰয়োজন নাই। আজিও যেতিয়া তেওঁ পৰ্দাত থাকে তেতিয়া আজিৰ ছুপাৰষ্টাৰসকলকো তেওঁৰ সন্মুখত পাৰ্শ্ব অভিনেতা যেন লাগে।
Read More...

একেলগে বহুকেইটা গাৰু লৈ শুৱে নেকি? গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে…

শুই থকাৰ সময়ত কোমল গাৰু ব্যৱহাৰ কৰাটো ভাল, কিন্তু যদি আপুনি এটাতকৈ অধিক গাৰু, কঠিন গাৰু বা উচ্চ গাৰু লৈ শুৱে তেন্তে ইয়াৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। চিকিৎসকে সদায় আৰামদায়ক গাৰুত শুবলৈ পৰামৰ্শ দিয়ে। যাতে শুই থকাৰ
Read More...

গাখীৰৰ লগত কফিও খায় নেকি? স্নায়ুবিজ্ঞানীৰ মতে গাখীৰ আৰু কফিয়ে কেনে প্ৰভাৱ পেলাই স্বাস্থ্যত…

কফি স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু, কফিত গাখীৰ বা ক্ৰীমৰ দৰে দুগ্ধজাত সামগ্ৰী যোগ কৰিলে ইয়াৰ উপকাৰিতা হ্ৰাস পাব পাৰে। পৃথিৱীৰ ভিতৰতে কফি হৈছে আটাইতকৈ বেছি খোৱা পানীয়। বহুতে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খাই ভাল পায়। আচলতে কফি খোৱাৰ
Read More...

৪০ বছৰ বয়সৰ পিছত কেনেকৈ নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব…

আজিকালি সকলো বয়সৰ লোকে ওজন বৃদ্ধিৰ বাবে অসুবিধা পায়, কিন্তু ৪০ বছৰ বয়সৰ পিছত পেট আৰু কঁকালৰ চৰ্বি কমোৱাটো কঠিন হৈ পৰে, কাৰণ তেতিয়ালৈকে কাৰ্যালয় আৰু পৰিয়ালৰ দায়িত্ব বহুত বৃদ্ধি পাই .আৰু তেতিয়া আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ সময় নহয়।
Read More...

মিঠা খালেই ডায়েবেটিছ নহয়, কি কাৰণত ডায়েবেটিছ হয় জানি লওক…

ডায়েবেটিছৰ নাম অহাৰ লগে লগে সকলোৰে মনলৈ এটা কথা আহি পৰে যে তেওঁলোকে নিশ্চয় বেছিকৈ চেনি খাইছে আৰু সেইবাবেই তেওঁলোকৰ ডায়েবেটিছ হৈছে। মধুমেহ ৰোগ কেৱল চেনি খোৱাৰ ফলত নহয়। অগ্নাশয়ৰ পৰা ইনচুলিনৰ উৎপাদন বন্ধ হ’লে ডায়েবেটিছ হয়। যেতিয়া
Read More...

কোনো কাম নকৰাকৈ ভাগৰুৱা অনুভৱ কৰে নেকি, শৰীৰৰ এনে সমস্যা দূৰ কৰিবলৈ খোৱাৰ আৰম্ভ কৰক মৌ-কিচমিচ…

আমি আমাৰ দিনটো এনেবোৰ বস্তুৰে আৰম্ভ কৰা উচিত, যিয়ে আমাৰ শৰীৰক সম্পূৰ্ণ ফিট কৰি ৰাখিব পাৰে। শুকান ফল দৈনিক খালী পেটত খাব লাগে। ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। ৰাতিপুৱা কিচমিচ আৰু মৌ একেলগে খালে বহু উপকাৰ পোৱা যায়। এই সংমিশ্ৰণে
Read More...