Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰী সত্য সাই সংগঠনৰ পৰা ৩০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সাই সংগঠন,অসমৰ তৰফৰ পৰা ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷এই অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা
Read More...

বহি: ৰাষ্ট্ৰৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা ডিমৌ আদৰ্শ চিকিৎসালয়লৈ এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ…

*ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত ভাগ লব ডা: সুৰজিৎ গিৰিয়ে* ডিমৌ আদৰ্শ চিকিৎসালয়ৰ দক্ষ সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰিৰ আন্তৰিক প্ৰচেষ্টাত আৰু চিকিৎসালয় খনৰ কতৃপক্ষৰ সদিচ্ছাৰ বাবে আজি এটা
Read More...

স্পষ্ট নীতি নিৰ্দেশনাৰ অভাৱত ভুগিছে শাৰীৰিক নিৰ্দেশক সকল

যেতিয়ালৈকে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা নহয় তেতিয়ালৈ অসমৰ ক্ৰীড়াৰ উন্নতি হ'ব নোৱাৰে এই কথা বাৰে বাৰে সচেতন ক্ৰীড়াপ্ৰেমী ৰাইজে কৈ আহিছে। ইতিমধ্যে অইন ৰাজ্যসমূহত ক্ৰীড়াক বিদ্যালয় সমূহত বাধ্যতামূলক
Read More...

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত : ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী
Read More...

কাকজানত ক’ভিড টীকাকৰণ কেন্দ্ৰত মন্ত্ৰী ডা° ৰণোজ পেগু

ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন
Read More...

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন। কিছুদিন জিলাখনত অভাৱনীয় হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছিল যদিও সম্প্ৰতি পুনৰ কিছু হ্ৰাস পাইছে‌। এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি টীয়ক আৰু মৰিয়নী সমষ্টিৰ একাধিক কোভিড ভেকচিন প্ৰদান
Read More...

কানপুৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত

কানপুৰ চহৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম ক’লা ভেঁকুৰৰ পৰা হোৱা অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত হৈছে। ৰোগী জনৰ নাম আশীষ। বয়স ৩০ বছৰ। ৰোগীজন বিগত ১৫ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ হৈছে। চকু বিশেষজ্ঞ ডাঃ শালিনী মোহনে কয় এতিয়ালৈকে এনে কোনো ৰোগী
Read More...

দেশৰ কাৰণে নতুন আতংকৰ কাৰণ কৰ’নাৰ ‘ডেল্টা প্লাছ’

কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশে সাময়িক সকাহ লাভ কৰিছে যদিও সংকট আঁতৰা নাই। উৎপৰিৱৰ্তনেৰে নতুন নতুন ৰূপ লাভ কৰা কৰ’নাৰ নতুন এক প্ৰকাৰ এতিয়া দেশৰ কাৰণে আশংকাৰ কাৰণ হৈ পৰিছে। এই প্ৰকাৰবিধক চিনাক্ত কৰা হৈছে ডেল্টা প্লাছ হিচাপে। কেন্দ্ৰীয়
Read More...

ক’ভিড ভেকচিন ল’লে সন্তান জন্ম নহব,দুই বছৰৰ পিছত মৃত্যু হব,কিডনী উলিয়াই লব আদি ব্যাপক হাৰত…

মাজবাটৰ ধনশ্ৰী চাহ বাগিছাত কভিড পজিটিভ-৬৮,কভিড পৰীক্ষা কৰিলে স্বাস্থ্য কৰ্মী ভাবুকি,শ্ৰমিক সকলে কভিড টেষ্ট নকৰে,ভেকচিন নলয় ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ ঊনৈছ দশকতে ব্ৰিটিছে প্ৰতিষ্ঠা কৰা মাজবাট বিধানসভা সমষ্টি,মাজবাট ৰাজহ চক্ৰৰ 
Read More...