Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

নগাঁও প্ৰেছ ক্লাবত সাংবাদিকক ভেকচিন প্ৰদান

 ক'ৰনাৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ সেৱা কৰি থকা সাংবাদিক সকলকো চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে।
Read More...

গোলাঘাটত আজিৰে পৰা ৰেজিষ্ট্ৰেচন কৰা ১৮-৪৪ বছৰ লোকক কভিড-১৯ প্ৰতিৰোধী কভেকচিন টিকাকৰণ আৰম্ভ

গোলাঘাটত আজিৰে পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ লোক সকলক প্ৰথম পৰ্যায়ৰ কভিড ভেকচিন প্ৰদান কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত গোলাঘাট নগৰৰ দুটাকৈ কোভিড-১৯ প্ৰতিৰোধী ভেকচিন কেন্দ্ৰত কভেকচিনৰ প্ৰথম ভেকচিন প্ৰদান কৰা হৈছে । গোলাঘাট স্পৰ্টছ অথৰটি
Read More...

ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড-১৯ টিকাকৰণ।

প্ৰতিদিনে এশ ব্যক্তিক টিকাকৰণ প্ৰদান ধুলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। দৰং জিলাৰ ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত বৰ্ষৰ পৰা বৰ্তমান সময়লৈ ক'ভিড টিকাকৰণ চলি আছে। নিৰ্ধাৰিত বয়সৰ সকলো নাগৰিক, আনুসংগিক ব্যক্তি, ইতিমধ্যে পঞ্জীভূত হোৱা
Read More...

কভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিল বিৰাট-অনুষ্কা

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশক যুঁজ দিয়াত সহায় কৰাৰ সিদ্ধান্ত লৈছে।কোহলী আৰু অনুষ্কাই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ২ কোটি টকা দান কৰিছে। বিৰাট কোহলীয়ে টুইটাৰযোগে এই
Read More...

ওদালগুৰিত জিলাত ১৮বছৰৰ পৰা ৪৪বছৰলৈ ৬টা কেন্দ্ৰত কভিড ১৯ৰ টিকাকৰণ প্ৰদান

ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ মেৰ পৰা ওদালগুৰি জিলাত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক কভিড১৯ৰ বিষয়ে সজাগ কৰিবলৈ আৰম্ভ কৰিছে।গৃহত আছুতীয়াকৰণত থকা ৰোগীসকলে কেনেধৰণৰ নীতি-নিয়ম মানি চলিব লাগে সেইবিষয়েও ৰাইজক সজাগ কৰাৰ
Read More...

বঙাইগাঁৱৰ চিকিৎসকৰ সাফল্য, দুগৰাকী ক’ভিড প’জিটিভ মাতৃয়ে জন্ম দিলে ক’ভিড নিগেটিভ…

চাৰিওফালে কেৱল বেয়া খবৰ ৷তাৰ মাজতে এটা ভাল খবৰ আহিল বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ৷ এই ভাল খবৰৰ মূল ব্যক্তিসকল হ'ল চিকিৎসালয়খনৰ চিকিৎসক ,নাৰ্চ আদি ৷ এই ভাল খবৰটো হ'ল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত দুগৰাকী ক'ভিড প'জিটিভ মাতৃয়ে
Read More...

নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় অৱস্থা

পৰিবৰ্তনকামী বিজেপি চৰকাৰে  সদায়  উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে যে চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ বিশেষ পৰিবৰ্তন হোৱা নাই সেয়া বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই সাক্ষ্য বহন
Read More...

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত চিকিৎসা সেৱাৰ নামত স্বাস্থ্য বিভাগৰ ভেঙুচালি কভি’ডৰ ভয়াবহতাৰ সময়ত…

বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ   চৰাঞ্চলৰ ৰাইজ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি থকা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পিছৰ পৰাই জিলা খনৰ বৃহত্তৰ চৰাঞ্চলত কেৱল মাত্ৰ সাত খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
Read More...

৭ মেৰ পৰা ওৰাং আৰু ধনশ্ৰীঘাটত ১৮ ৰ পৰা ৪৪ বছৰলৈ কভিড ১৯ৰ Covaxin প্ৰদানৰ আৰাম্ভনি

ওদালগুৰি জিলাৰ ওৰাঙত ৭মে ৰ পৰা ১৮ বছৰৰ  পৰা ৪৪ বছৰলৈ  ওৰাং প্ৰাথমিক বিদ্যালয় আৰু ধনশ্ৰীঘাটস্থিত ধনশ্ৰীঘাট শ্বহীদ  স্মৃতি সংঘ ও পুথিভঁৰাল কভিড ১৯ৰ ক’ ভেকচিন (Covaxin ) প্ৰদান কৰা  হব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জনাইছে ৷ ইচ্ছুক সকলে ৱেব
Read More...

চুমিলা ৰংহাংপীৰ মৃত্যুৰ ৰাজহুৱা শুনানীৰ দিন ধাৰ্য্য

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত চুমিলা ৰংহাংপী নামৰ কিশোৰী গৰাকী অগ্নি দগ্ধ হৈ মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া তদন্ত সমিতিয়ে তদন্ত আৰম্ভ কৰিছে। এই তদন্ত
Read More...