Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

ৰঙিয়াৰ ব্যক্তিগত বিদ্যালয়ে আগবঢ়ালে বিনামূলীয়া ক’ভিড এম্বুলেন্স

আজি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰঙিয়া তুলসিবাৰীস্থিত ব্যক্তিগত খণ্ডৰ ডি মাথা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ তৰফৰ পৰা এখন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰে। উল্লেখযোগ্য যে ৰঙিয়াত দিনকদিনে বৃদ্ধি পাই অহা ক'ভিড আক্ৰান্তৰ সুবিধাৰ
Read More...

আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন

অৱশেষত নগাঁও আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন। অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিলে ইকবালক। ইকবালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ সহ পইণ্ট ২২ পিষ্টল আৰু ৭জাই সজীৱ গুলী। হেৰাপট্টিত
Read More...

বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, উপস্থিত মুখ্যমন্ত্ৰী

সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগাসন শিৱিৰ।এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাগৰাকীও
Read More...

ওদালগুৰিত আজি ক’ৰণাত আক্ৰান্তৰ সংখ্যা মুঠ ৮৮ গৰাকী :ভয়াবহ ৰূপত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক'ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি
Read More...

ওৰাঙত অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা ৩২২ ,মৃত্যু-৫

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা আদি এলেকা,অঞ্চল সমুহত কভিড ১৯ মহামাৰী উদ্বেগজনক ভাবে তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে । জিলা খনৰ ৭০নং মাজবাট বিধান সভা সমষ্টিৰ
Read More...

ওদালগুৰিত ক’ৰণা পৰীক্ষা ২৭৭৮ গৰাকী, আক্ৰান্তৰ সংখ্যা মুঠ ১৩২ গৰাকী :ভয়াবহ ৰূপত মৃত্যুৰ সংখ্যা…

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক'ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১৮মেলৈ   
Read More...

গোঁসাইগাঁওৰ গুৰুফেলাৰ বজাৰত সাত জনৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ পিছত তৎপৰ হৈ উঠিছে প্ৰশাসন আৰু…

কৰোণা মহামাৰীয়ে সমগ্ৰ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰাল কৈ গোঁসাইগাও মহকুমাৰ অন্তৰ্গত গুৰুফেলাতো কৰোনাৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।গোঁসাইগাঁও মহকুমাৰ সৰু এখন গুৰুফেলাত বজাৰত সাঁত জন লোকৰ দেহত কৰোনাৰ পজিটিব দেখা দিছে।কৰোণা
Read More...

ক’ভিড ১৯ৰ বিৰুদ্ধে যুজঁ দিবৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ বিশ্বনাথ প্ৰশাসনৰ

জিলাখনত ক্ৰমান্বয়ে ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কিয়নো ইয়াৰ অবিহনে অসামৰিক বা আৰক্ষী প্ৰশাসনে বিছৰা ধৰণৰ ফলাফল পাব নোৱাৰে । সেই হেতুকে জিলাখনৰ
Read More...

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান…

ক'ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য মন্ত্ৰী  চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে পোনে পোনে
Read More...

প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

GMCH ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ লোকৰ ক'ভিড টেষ্ট কৰা হ'ব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত Covid টেষ্ট বৃদ্ধি কৰা হৈছে। আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে remdesivir
Read More...