স্বাস্থ্য বাৰ্তা

Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ; গৱেষণাত প্ৰকাশ পাইছে এই তথ্য!

বেছিভাগ ভাৰতীয় (Black Tea) মানুহেই দিনটোত বহুত কেই কাপ চাহ খাই। চেনিযুক্ত চাহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয় কিন্তু আপুনি জানেনে যে চেনিবিহীন চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা…

আজিৰ সময়ত থাইৰয়ডৰ (Thyroid) অসুখ এক প্ৰকাৰ তেনেই সাধাৰণ ৰোগত পৰিণত হৈছে৷ কাৰণ প্ৰতি দহজন মানুহৰ ভিতৰত দুজনেই ইয়াৰ দ্বাৰা আক্ৰান্ত৷

Baba Ramdev: বাবা ৰামদেৱে এটা সহজ উপায়ৰ জৰিয়তে আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰাৰ লগতে, গাঁঠিৰ বিষৰ সমস্যাৰ পৰাও সকাহ দিব

Baba Ramdev: বাবা ৰামদেৱে এটা সহজ উপায়ৰ জৰিয়তে আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰাৰ লগতে, গাঁঠিৰ বিষৰ সমস্যাৰ পৰাও সকাহ দিব

Virat Kohli: যদি আপুনিও ফিট হ’ব বিচাৰে তেন্তে অনুসৰণ কৰক বিৰাট কোহলীক, এই ৬টা ৰাতিপুৱাৰ অভ্যাস বিৰাটৰ ফিটনেছৰ ৰহস্য

Virat Kohli: যদি আপুনিও ফিট হ'ব বিচাৰে তেন্তে অনুসৰণ কৰক বিৰাট কোহলীক, এই ৬টা ৰাতিপুৱাৰ অভ্যাস বিৰাটৰ ফিটনেছৰ ৰহস্য

Nose Picking Habit: সাৱধান! নাকত বাৰে বাৰে আঙুলি সুমুৱাই থকা অভ্যাস আপোনাৰো আছে নেকি?

নাকত আঙুলি সুমুৱাই থকা অভ্যাসটো সাধাৰণ(Nose Picking Habit) অভ্যাস যদিও ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। কেৱল বেয়া অভ্যাসেই নহয়, কিছুমান ক্ষেত্ৰত ই মাৰাত্মক অভ্যাস।

Popular