Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

খাদ্য হজম নোহোৱাৰ সমস্যা হৈছে নেকি? হজম শক্তিৰ সমস্যা দূৰ কৰিবলৈ এই খাদ্যসমূহ সেৱন কৰক…

বহু সময়ত বহুলোকৰ হজম শক্তিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত পেটৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি কৰিব লাগে এই বিষয়ে আমি আপোনালোকক জনাম। হজম শক্তিৰ সমস্যা দূৰ কৰিবলৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সমূহ খাদ্য-
Read More...

সাৱধান! যদি শৰীৰৰ এই ৫টা অংশ ফুলে, তেন্তে সেয়া ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে…

শৰীৰৰ প্ৰতিটো সৰু-বৰ পৰিৱৰ্তনৰ আঁৰত কিবা নহয় কিবা কাৰণ থাকে। বহু সময়ত মানুহে এই পৰিৱৰ্তনবোৰক আওকাণ কৰে। আজি আমি আপোনালোকক কম ফেটি লিভাৰ ৰোগৰ লক্ষণ সমূহৰ বিষয়ে। ‘ফেটি লিভাৰ’ হৈছে যকৃতত চৰ্বি জমা হোৱাৰ ফলত হোৱা এবিধ ৰোগ। এই ৰোগৰ সময়মতে
Read More...

থাইৰয়ড ৰোগীয়ে কি কি খাদ্য খাব নালাগে…

থাইৰয়ডৰ সমস্যাৰ বাবে পেশীত যথেষ্ট বিষ হয়। যদি আপোনাৰ থাইৰয়ডৰ সমস্যা আছে, তেন্তে আপুনি কিছুমান বিশেষ বস্তু সেৱন কৰাটো পৰিহাৰ কৰিব লাগিব। থাইৰয়ড আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ গ্ৰন্থি, য’ৰ পৰা থাইৰ’ক্সিন হৰম’ন নিৰ্গত হয়। এই হৰম’নটো
Read More...

শাওণ মাহত মাছ-মাংস সেৱন নকৰাৰ বৈজ্ঞানিক কাৰণ কি…

শাওণ মাহত কিয় মাছ-মাংস সেৱন নকৰে? ইয়াৰো আছে বহু বৈজ্ঞানিক কাৰণ। গ্ৰীষ্মৰ, বাৰিষাৰ পিছত পৰিবেশ সম্পূৰ্ণৰূপে সলনি হয়, লগতে বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ দৈনন্দিন খাদ্যাভ্যাসও পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় যাতে স্বাস্থ্যৰ ওপৰত কোনো বেয়া প্ৰভাৱ
Read More...

ফটা গাখীৰ ব্যৱহাৰ কৰি বৃদ্ধি কৰক মুখৰ সৌন্দৰ্যতা…

ফটা গাখীৰ ব্যৱহাৰ কৰি জিলিকাই তুলক আপোনাৰ মুখখন। যদি গাখীৰ দৈ হয়, তেন্তে পেলোৱাৰ আগতে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানি লওক। এই ফাটি যোৱা গাখীৰ ছালৰ বাবে বহু উপকাৰী। বাৰিষা কালত ছালৰ যত্নৰ পদ্ধতি সম্পূৰ্ণ বেলেগ। এই বতৰত কেতিয়াবা অতি গৰম আকৌ
Read More...

স্বাস্থ্যৰ বাবে উপকাৰি জামুকৰো আছে অপকাৰিতা…

স্বাস্থ্যৰ বাবে উপকাৰি জামুকৰো আছে অপকাৰিতা। জামুক শৰীৰৰ বাবেও উপকাৰী। কাৰণ জামুক বৰ সোৱাদযুক্ত। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। যিয়ে আপোনাৰ হজম শক্তি উন্নত কৰাত সহায় কৰে। যিদৰে জামুক আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰি, ঠিক
Read More...

ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ফল-মূলৰ ভেষজ গুণাগুণ জানক…

আঙুৰঃ তৃষ্ণা, জ্বৰ, শ্বাস, বাত, বাতৰক্ত, মূত্ৰকৃচ্ছ্ৰ, দাহ, শোথ প্ৰভৃতি ৰোগনাশক। আঙুৰ কেতিয়াও নোধোৱাকৈ খোৱা উচিত নহয়। আপেলঃ কেঁচা আপেল খালে তেজ বৃদ্ধি হয়। দৈনিক এটাকৈ আপেল খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী। অন্ত্ৰৰ জীৱাণু নাশ কৰিবলৈ আৰু
Read More...

চাহ প্ৰেমী সকল সাৱধান ! অত্যাধিক চাহ খালে কিডনি নষ্ট হোৱাৰ সম্ভাৱনা…

চাহৰ অপকাৰিতা সম্পৰ্কে কিছু কথা তলত দিয়া হ’ল-*হাড় দুৰ্বল কৰে:খোৱাৰ উপযোগীকৈ প্ৰস্তুত কৰাৰ বহুদিনৰ পিছতহে আমি দোকানৰ পৰা চাহ কিনিবলৈ পাওঁ।এই পুৰণি হোৱা চাহপাতত ফ্লোৰাইডৰ মাত্ৰা বহুত বেছি থাকে।এনে চাহ বেছিকৈ থাকিলে হাড় দুৰ্বল হৈ পৰে।সেয়ে
Read More...

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব কিমান জানক…

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব-নিমখৰ দ্বাৰা শৰীৰৰ আয়োন্তিক বেলেন্স আৰু পানীভাগৰ ভাৰসামা ঠিকে থাকে।ৰক্তচাপ নিয়ন্ত্রণ কৰে। হার্ট, লিভাৰ, কিড্‌নী, আড্রিনেল গ্লেণ্ডৰ ওপৰত নিমখৰ প্ৰভাৱ থাকে।খুব কম বা খুব বেছি নিমখে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যেনে
Read More...

একাপ স্বাস্থ্য সন্মত চাহত কি কি প্ৰয়োজন ? নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ ৰোগো…

চাহ সকলোৰে প্ৰিয়। কিন্তু আমি কেৱল চাহৰ অপকাৰিতাৰ বিষয়ে শুনি আহিছোঁ। চাহৰো আছে বহু উপকাৰিতা, চাহৰ উপকাৰিতাৰ বিষয়ে বহু কম লোকেহে জানে। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে চাহত এটা বিশেষ বস্তু সংযোগ কৰিলে চাহ কাপ স্বাস্থ্য সন্মত হয়। এই বিশেষ
Read More...