Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

ওজন হ্ৰাস কৰিবলৈ ধনীয়া পাত আৰু পদিনা পাত অতি উপকাৰী…

আজিৰ দিনত ওজন বৃদ্ধি হোৱাটো সকলোৰে সমস্যা হৈ পৰিছে। যদি আপুনি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে বা ওজন কমাব বিচাৰে তেন্তে ধনীয়া পাত আৰু পদিনা পাত সেৱন কৰিব পাৰে। ধনীয়া পাত-প্ৰত্যেক ঘৰতে সহজে পোৱা যায় ধনীয়া পাত। ধনীয়া পাতে খাদ্যৰ সোৱাদ
Read More...

গ্ৰীষ্মকালত আলমণ্ড কেঁচাকৈ খাব লাগে নে তিয়াই খাব লাগে? জানক আলমণ্ডৰ ৫টা উপকাৰৰ বিষয়ে…

গ্ৰীষ্মকালত আলমণ্ড কেনেকৈ খাব লাগে ? জানেনে...। গ্ৰীষ্মকালত মানুহে প্ৰায়ে বিভ্ৰান্ত হয় যে আলমণ্ড কেঁচাকৈ খাব লাগে নে তিয়াই খাব লাগে? আলমণ্ড এটা স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য, বেছিভাগ মানুহেই ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে। ইয়াক সকলো
Read More...

হেপাটাইটিচ ‘এ’ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ পদক্ষেপ

উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ লোক কলনী, মধ্যম, ২৬ নং কলনী, হঠাৎ কলনী, কালিবাৰী, শ্ৰীনাথ পট্টি আদি অঞ্চলত হেপাটাইটিচ ‘এ’ ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ
Read More...

বিহুৰ বতৰত ঘৰুৱা উপায়েৰে কেকোঁৰা চুলি চিধা কেনেকৈ কৰিব…

বিহুৰ বতৰত ঘৰুৱা উপায়েৰে কেকোঁৰা চুলি চিধা কৰিবলৈ জানি লওক কেইটামান উপায়ৰ বিষয়ে। যদি আপুনিও চুলিৰ সমস্যাত ভুগিছে, তেন্তে আমি আপোনাক এনে তিনিটা ঘৰুৱা উপায়ৰ বিষয়ে কম, যিকেইটা উপায় ব্যৱহাৰ কৰিলে আপোনাৰ সমস্যা তৎক্ষণাত নাইকিয়া হ’ব পাৰে।
Read More...

বাৰে বাৰে পানী খোৱাৰ পিছতো পিয়াহৰ অনুভৱ কিয় হয় জানেনে?

বাৰে বাৰে পানী খোৱাৰ পিছতো পিয়াহ নপলাই নেকি আপোনাৰ? এনে কিয় হয় জানেনে? পানী খোৱাটো সকলো মানুহৰ প্ৰয়োজন, কিন্তু যদি এই প্ৰয়োজন অত্যধিক হৈ পৰে তেন্তে শৰীৰত কিবা ৰোগ হোৱাৰ সম্ভাৱনা।প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে আমি প্ৰচুৰ
Read More...

ডালিমৰ বাকলি সেৱন কৰি ভালে ৰাখক আপোনাৰ ছাল খন…

ডালিমৰ বাকলি সেৱন কৰি ভালে ৰাখক আপোনাৰ ছাল খন...!ডালিমৰ গুটিয়ে আমাৰ শৰীৰক যিদৰে উপকাৰ কৰে, একেদৰে ইয়াৰ বাকলিও অতি উপকাৰী। আজি আমি আপোনালোকক ক'ম যে আপুনি কেনেকৈ আৰু কি কি কামত ডালিমৰ বাকলি ব্যৱহাৰ কৰিব পাৰে।আপোনাৰ স্বাস্থ্যৰ বাবে ডালিমৰ
Read More...

ভাৰতীয় চিকিৎসা সংস্থাই বৰ্তমান ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ৩টা কাৰণ প্ৰকাশ কৰিছে…

ভাৰতীয় চিকিৎসা সংস্থাই বৰ্তমান ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ৩টা কাৰণ প্ৰকাশ কৰিছে...।দেশত বৰ্তমান কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ তিনিটা কাৰণৰ ফ্লেগ কৰিছে ভাৰতীয় চিকিৎসা সংস্থাই। ইয়াত কোৱা হৈছে যে “ক’ভিড-১৯ৰ উপযুক্ত আচৰণৰ
Read More...

৫০-৬০ বছৰ বয়সতো সুস্থ হৈ থাকিব বিচাৰে নেকি? এই নিয়ম সমূহ মানি চলিবলৈ যত্ন কৰক…

আজি আমি আপোনালোকৰ বাবে এনে কিছুমান টিপছ লৈ আহিছো, যিবোৰে আপোনাক ৫০-৬০ বছৰ বয়সত সুস্থ কৰি ৰখাত সহায়ক হ'ব পাৰে। বয়স বৃদ্ধিৰ লগে লগে সুস্বাস্থ্য বজাই ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। আনহাতে আমাৰ শৰীৰ দুৰ্বল হ’বলৈ
Read More...

শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰে নেকি? এনে কৰিলে বহু ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা…

টয়লেটত মোবাইল ব্যৱহাৰ কৰে নেকি? এনে কৰিলে বহু ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা...! কিছুদিনৰ পৰা শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰাৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে, কিন্তু এই ভুলৰ বাবে আপোনাৰ কি কি সমস্যা হ’ব পাৰে জানেনে? বৰ্তমান যুগত মোবাইল ফোনৰ অবিহনে
Read More...

শ্ৰীশ্ৰীআলিপুখুৰী পাটেকীবড়ি সত্ৰত অধিবক্তা ললিত চন্দ্ৰ বৰাৰ স্মৃতিচাৰণ আৰু স্মাৰকগ্ৰন্থ উন্মোচন

আজি শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰ প্ৰাংগনত অধিবক্তা ললিত চন্দ্ৰ বৰাৰ স্মৃতিচাৰণ আৰু স্মাৰকগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনত বন্তি প্ৰজ্বলন কৰে সত্ৰৰ সত্ৰাধিকাৰ বীৰেণ মহন্তই। উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মানস মহন্ত ,থান পৰিচালনা
Read More...