মুখ্য-পৃষ্ঠা

ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান

বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰু জব্দ কৰাৰ লগতে টিকলুসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল। ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান ওৰফে...

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

"প্ৰকাশ ভগৎ" অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে...

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : লাহৰীঘাটৰ স্বৰ্ণ কন্যা কুংফু খেলুৱৈ হাচিনা বেগমৰ খবৰ লবলৈ আহিল বিধায়ক , বিভিন্ন দল সংগঠনৰ ব্যক্তি

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ধূপগুৰিৰ মুস্হাক আলীৰ জীয়েক আন্তৰাষ্ট্ৰীয় মানপত্র আৰু সোণৰ পদক প্ৰাপ্ত কুংফু খেলুৱৈ হাচিনা বেগমৰ বৰ্তমানৰ দৰিদ্ৰতাৰ বাতৰি প্ৰচাৰ কৰা হৈছিল ...

নগাঁৱৰ কঠিয়াতলীত তিনিটাকৈ ফুলকুমলীয়া শিশুৰ কৰুণ মৃত্যু : অঞ্চলজুৰি শোক

জিলাৰ লাওখোৱা চাপৰিৰ বগামুখত পিতৃয়ে দুই শিশু সন্তানক বিহ পান কৰোৱাত কৰুণ মৃত্যুক আকোৱালি লোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি জিলাখনৰ কঠীয়াতলীত অঞ্চলত তিনিটা...

নগাঁৱলৈ সম্প্ৰসাৰণ ‘কন্যাকা’ৰ ব্যৱসায়

থলুৱাভাৱে উৎপাদিত দুগ্ধজাত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা নিবনুৱা সকলৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই অনা শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 'কন্যাকা' নামৰ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰখন...

Popular