মুখ্য-পৃষ্ঠা

ভোট গণনাৰ এজেন্টৰ কোভিড পৰীক্ষা বাধ্যতামূলক

অহা ২ মে'ত অনুষ্ঠিত হবলগীয়া ভোট গণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ লগতে ইয়াত উপস্থিত থাকিবলগীয়া প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ এজেন্ট সকলৰো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। আজি...

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি

জন সমাৱেশ : আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধিসমাৱেশৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা নতুন SOPতসমাৱেশ পাতিব পাৰিব, মানিব লাগিব কঠোৰ ক’ভিড নীতি৪০০ লোকৰ উপস্থিতিত পাতিব পাৰিব...

শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা

ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান, খেল -ধেমালিৰ মাজেৰে উদযাপিত হৈছে হেঁপাহৰ বসন্ত উৎসৱটি। একেদৰে মানুহ বিহুৰ দিনা শিলিখাগুৰি গাঁৱৰ লগতে চুবুৰীয়া গাঁও...

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন । আজি ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা নলবাৰীলৈ অনাৰ লগে...

বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস

অসম বিধানসভাৰ আগন্তক নিৰ্বাচনত  প্ৰতিদ্বন্দীতা কৰা কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সুৰা যোগান ধৰি ভোটাৰক যাতে প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে...

Popular