মুখ্য-পৃষ্ঠা

বাক্সাত জিলা পেলু নিৰ্মূলকৰণ পষেকৰ শুভাৰম্ভণি

কণ কণ ল'ৰা-ছোৱালীক পেলুৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰৰ স্বাস্থ্য বিভাগে সময়ে সময়ে পেলু নিৰ্মূলৰ দৰৱ সেৱনৰ প্ৰক্ৰিয়া চলাই আহিছে। ইয়াৰে অংশ হিচাপে আজি...

সাপেখাতীৰ ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও : অসম মজুৰি শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

চৰাইদেউ জিলাৰ সাপেখাতীত ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও কৰি তীব্ৰ প্ৰতিবাদ কৰে অসম মজুৰি শ্ৰমিক ইউনিয়নৰ চৰাইদেউ জিলা সমিতিয়ে  ৷ শ্ৰমিক বিৰোধী নতুন শ্ৰম সংহিতা বাতিল কৰা,...

ধুবুৰী জিলা সমিতিৰ উদ্যোগত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

পশ্চিম অসমৰ ভুমিপুত্ৰ দেশী মুছলমান সকলৰ একমাত্ৰ জাতীয় সংগঠন"দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ"তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খন ১৩/১৪ ফেব্ৰুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ কাছাৰী...

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাই সাহিত্য সভাৰ সমাজ সাৰথি পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভা

হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতি সদ্য প্ৰয়াত পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভাখন আজি হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত আৰু আজমল ফাউণ্ডেচনৰ সহযোগত হোজাইৰ বৰপুখুৰীৰ নজিৰ...

ইটাখোলাত পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি

বিশ্বনাথ জিলাৰ ইটাখোলাত পুলৱামা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ইটাখোলাৰ ব্যৱসয়ী প্ৰতিষ্ঠানৰ মাজমজিয়াত বিয়লি ৫ বজাত ৪০ গৰাকী...

Popular