মুখ্য-পৃষ্ঠা

জামুগুৰিহাটত ভয়ংকৰ পৰিস্থিতি। সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া,নদুৱাৰ ৰাজহ চক্ৰ বিষয়াসহিতে ১২ জন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলিচালনা ।

জামুগুৰিহাট :  চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ-পশ্চিমাঞ্চলৰ চকীঘাটত আজি চৰকাৰী বেদখলমুক্ত ভূমি দখলক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে একাংশ সন্দেহজনক লোকৰ আক্ৰমণত আৰক্ষী...

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টীয়কত যোৰহাট জিলা বিজেপিৰ উপ সভাপতিৰ বাসগৃহৰ সন্মুখত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

মুদৈজান : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অংশ হিচাপে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছুৰ উদ্যোগত টীয়ক আঞ্চলিক...

‘কা’ বাতিলৰ দাবীত মাজুলীত আছুৰ প্ৰতিবাদ, পুনৰ মাজুলীত আৰম্ভ হ’ল ‘কা’ বিৰোধী প্ৰতিবাদ

উজনি-মাজুলী  : পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ৰাজপথলৈ নামিল মাজুলী মহকুমা ছাত্ৰ সন্থা৷ মাজুলীৰ মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আজি মাজুলীৰ বিভিন্ন...

নলবাৰী বৰভাগত স্বেচ্ছাসেৱী সংস্থা “সন্ধান”ৰ পৰা বানপীড়িত ৰাইজক সাহাৰ্য্য প্ৰদান

নলবাৰী : কৰণা মহামাৰীৰ পিছতে এতিয়া বানপানীৰ সংহাৰী ৰূপে এতিয়া ৰাজ্য বিভিন্ন প্ৰান্তৰ সৰ্ব সাধাৰণ ৰাইজক সমস্যাৰ দিশলৈ থেলি পঠিয়াইছে। এনে পৰিস্থিতিৰ সময়ত নলবাৰী...

উলুবাৰীত পৌৰনিগমৰ পাইপ ফাটি পানীৰ অপচয়। পানীৰে উপচি পৰিছে দক্ষিণ শৰনীয়া সংযোগী পথ, নিৰ্বিকাৰ গুৱাহাটী পৌৰনিগম

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিব লগা হয়৷ পৌৰনিগমৰ তৰফৰ পৰা এতিয়ালৈকে ৭০ শতাংশ নাগৰিকক পানী যোগান ধৰিব পৰা নাই৷...

Popular