মুখ্য-পৃষ্ঠা

সাংসদ, মন্ত্ৰী, বিধায়ক সমন্বিতে মুখ‍্যমন্ত্ৰীৰ বানে গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍াঘ্য প্ৰকল্প পৰিদৰ্শন । কাজিৰঙাৰ জীৱকূলৰ দুৰৱস্থাৰ বুজ ল’লে মুখ‍্যমন্ত্ৰী সোণোৱালে।

কলিয়াবৰ : ৰাষ্ট্ৰীয় উদ‍্যানখনৰ বাগৰি বনাঞ্চলত আজি দুপৰীয়া উপস্থিত হৈ যন্ত্ৰচালিত নাৱেৰে মৰা-ডিফলুৰ বুকুৰে বানে ধোৱা কাজিৰঙাৰ বিস্তৃত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত কৰ্তৃপক্ষই...

টীয়কত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী : টীয়ক আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন ।

টীয়ক :অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে টীয়কৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । টীয়ক ৰজাবাৰীত স্থাপন কৰা বানপানীত আক্ৰান্ত লোকৰ আশ্ৰয় শিৱিৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ...

‘নিয়া’ৰ বিশেষ আদালতৰ ৰায়ক আদৰণি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । মানস কোঁৱৰ আৰু বিতু সোনোৱাল জামিন মঞ্জুৰে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ ষড়যন্ত্ৰ উন্মোচিত কৰিলে।

গুৱাহাটী :বিগত সাত মাহ ধৰি ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কাৰাগাৰৰ বন্ধ কুঠুৰীত আৱদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইজনৰ পিছত আনজন কাৰাবন্দী মুকলি...

মৃনাভলৈ শিশু শিক্ষা সমিতি, অসমৰ অভিনন্দন ।

গুৱাহাটী :আজি ঘোষণা কৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সমৰ্থ হৈছে মৃনাভ মুৰাৰি মজুমদাৰ। গুৱাহাটী মহানগৰীৰ নাৰেংগীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ মৃণাভে...

ভাল ইংৰাজী কোৱা, ভাল বাইট দিয়া, সুদৰ্শন হ’লে সকলো নহয় : অশোক গেহলট ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বৰ্খাস্ত কৰা উপ মুখ্যমন্ত্ৰী শচীন পাইলট আৰু ১৮ জন বিদ্ৰোহী কংগ্ৰেছ বিধায়কক শুকুৰবাৰৰ ভিতৰত প্ৰত্যুত্তৰ দিবলৈ জাননী জাৰি কৰিছিল ৷ আনহাতে...

Popular