মুখ্য-পৃষ্ঠা

ৰাজনৈতিক ক্ষমতাৰ অপ-ব্যৱহাৰেৰে ষড়যন্ত্ৰমূলক ভাৱে সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু মন্ত্ৰী যোগেন মহনৰ । মুখ্যমন্ত্ৰী, প্ৰেছ কাউন্সিলৰ হস্তক্ষেপ দাবী, নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়া।

নাজিৰা : নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ বিভিন্ন কুকীৰ্তি উদঙাই সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ পাছতেই সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে...

লংকাত নকল সোণসহ আটক দুই প্ৰৱঞ্চক ।

লংকা : লংকা আৰক্ষী থানাৰ অধীনৰ পশ্চিম ডাবলঙত গাঁৱত মাটিৰ তলৰ পৰা সোণ উলিয়াই দিয়াৰ প্ৰলোভনেৰে ধন লুটিবলৈ আহি  হাতে লুটে ৰাইজৰ হাতত আটক হ'বলগীয়া হ'ল দুজন প্ৰৱঞ্চক।...

প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি ৷ উজ্জয়িনীৰ মন্দিৰত গ্ৰেপ্তাৰ ম’ষ্ট ৱানটেড গেংষ্টাৰ ৷ পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু ৷

দৈনন্দিন বাৰ্তা :প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি পৰিল৷ কানপুৰত বিষয়াসহ ৮ আৰক্ষীক হত্যা কৰা ম’ষ্ট ৱানটেড গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে...

তথ্য ফাদিল হোৱা ৰোধ কৰাৰ পদক্ষেপ জোৱানৰ ম’বাইল ফোনৰ ৮৯টা এপ ডিলিট কৰিবলৈ ক’লে সেনাবাহিনীয়ে ৷

দৈনন্দিন বাৰ্তা :ভিতৰৰ পৰা তথ্য ফাদিল হোৱা ৰোধ কৰিবৰ বাবে কৰ্মীসকলৰ ফোনৰ পৰা ৮৯টা এপ ডিলিট কৰিবলৈ কৈছে সেনাবাহিনীয়ে ৷ এই এপবোৰৰ মাজত আছে...

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন : অ’ত দিনে কিদৰে আৰক্ষীৰ চকুত ধূলি মাৰি ঘুৰি ফুৰিছিল বিকাশে ?

দৈনন্দিন বাৰ্তা : যোৱা শুকুৰবাৰে দুৰ্ধৰ্ষ গেংষ্টাৰ বিকাশ ডুবেক ধৰিবলৈ গৈ কানপুৰত নিহত হৈছিল আঠজন আৰক্ষী ৷ তাৰ পাছত পলাতক আছিল বিকাশ ৷ বৃহস্পতিবাৰে...

Popular