মুখ্য-পৃষ্ঠা

ছয়টাকৈ স্থানেৰে উজলিল নলবাৰী জিলা ।

নলবাৰী আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী চহৰৰ পৰা দুগৰাকী তথা নলবাৰী বৰভাগ অঞ্চলৰ তিনি শিক্ষানুষ্ঠানৰ পৰা চাৰিটাকৈ কৃতি শিক্ষাৰ্থীয়ে ছয় টাকৈ স্থান দখল...

নগাঁও কলেজৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ : অভিভাৱকে দিয়া টিফিন খৰচৰ এটা অংশ ৰাহি কৰা ধনেৰে হাতত লৈছে বৃক্ষৰোপন-বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচী ।

এ জে আকন্দ‌, নগাঁও নগাঁও মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এক অভিনৱ কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ পঙ্কজ বৰা, সৌৰভ দাস,...

মঙলদৈৰ ৰুনাৰ উৎফুল্লিত দৰংবাসী । শাৰীৰিক ভাৱে অসুস্থ দৈনিক ১৮ টাকৈ টেবলেট খাই ৰুনাই। ৰুণাৰ হৈ পৰীক্ষাত লেখিছিল ভণীয়েকে।

মঙ্গলদৈ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি  আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰুণা বৰাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে দৰংবাসী। মঙ্গলদৈ প্ৰফুল্ল নগৰ (বিদ্যানগৰ) ৰ কমল বৰা...

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে । গাঁওৰ পৰিবেশৰ মাজত পঢ়িশুনা কৰিছিল ধৃতিৰাজ,ভৃগুমোহনে ।

অজয় ডেকা,মঙলদৈ সন্তানক চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰত ৰাখি গাঁৱৰ পৰিবেশৰ মাজতে সংগোপনে শিক্ষাৰ ক্ষেত্ৰ খনত  আগবঢ়াই নিয়া দুটি সন্তানৰ পিতৃ মাতৃয়ে আজি আনন্দৰ বন্যা বোৱাবলৈ...

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শিৱসাগৰত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পয্যালোচনা ।

শিৱসাগৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে...

Popular