মুখ্য-পৃষ্ঠা

ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিলে বাকচুৰ বিধ্বস্ত মথাউৰি।

নাজিৰা : অসম চৰকাৰৰ জনসম্পদ বিভাগৰ অকমন্যতা আৰু গুৰুত্ব হীনতাৰ বাবেই শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী জনগণে বছৰ বছৰ ধৰি বিধ্বস্ত দিচাং নদীৰ মথাউৰিয়ে দি...

ভাৰতৰে বিৰোধ : বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত নেপালৰ প্রধানমন্ত্রী ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত পৰিছে নেপালৰ প্রধানমন্ত্রী কেপি শর্মা অ’লি। দিন যিমানে গৈছে তেওঁৰ পদত্যাগৰ দাবীত চাপ বাঢ়িছে দলৰ...

ভাৰত স্বাধীনতাৰ ৭০ টা বছৰেও উন্নয়নৰ আঁচনিৰে ঢুকি নোপোৱা এটি জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে লাটুম গাওঁবাসীক : মেৰামতিত নামিল আৱাল বৃদ্ধ-বনিতা ।

নাজিৰা : দেশৰ স্বাধীনতাৰ ৭০ টা বছৰেও চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অতিকে জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা। যোৱাকালি...

চাহ শ্ৰমিকক মৰ্য‍্যাদা সহকাৰে জীৱন-যাপনৰ বাবে অসম চৰকাৰৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ । অসম চাহ নিগম লিমিটেডৰ সৌজন‍্যত ১৫ খন চাহ বাগিচাত বাস গৃহ নিৰ্মাণৰ...

কলিয়াবৰ :অসমৰ চাহক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা চাহ শ্ৰমিকে মৰ্য‍্যাদা সহকাৰে জীৱন যাপনৰ কৰাৰ অধিকাৰ দিয়াৰ উদ্দেশ‍্যে অসম চৰকাৰে যৎপৰোনাষ্টি চেষ্টা অব‍্যাহত ৰাখিছে। এই...

সোণতলীত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী যুৱতী ৰেহনা চুলতানা ।

সোণতলী : নামনি অসমৰ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী চৰ অঞ্চলৰ জীয়ৰী ৰেহনা চুলতানাই অসমৰ চৰ-চাপৰিৰ জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি লাভ কৰিলে ডক্টৰেট ডিগ্ৰী।...

Popular