মুখ্য-পৃষ্ঠা

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যৰ তৎপৰতা : আৰ টি আইৰ তথ্য দিবলৈ কাৰা নিৰ্দেশ ।

নগাঁও :  নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত সৌৰচাকি স্থাপনৰ নামত ব্যাপক দুৰ্নীতি- অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সংবাদ মাধ্যমৰ  শিৰোনামা দখল কৰি আহিছিল। এই আচনি ৰূপায়ণৰ...

শিলাদিত্যৰ সমষ্টিত হাহাকাৰ কৰি থকা শ শ বানাক্ৰান্তক সাহাৰ্য্য বিতৰণ কৰিলে মৰ্কজুল মা’আৰিফে।

হোজাই:  যোৱা চাৰি দিন ধৰি হোজাই জিলাৰ বানাক্ৰান্ত অঞ্চলৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে মৰ্কজুল মা'আৰিফৰ সাহাৰ্য বিতৰণ কাৰ্যসূচী।চতুৰ্থ দিনা অৰ্থাৎ সোমবাৰে হোজাই জিলাৰ হোজাই সমষ্টিৰ...

অনশনত বহিব দৰঙৰ কভিড চিকিৎসা সহায়ক কৰ্মচাৰী। ২৩ বছৰে মাহিলী ২ হাজাৰ টকাত খটুৱাইছে চিকিৎসালয়ে।

অজয় ডেকা,মঙলদৈঃ জুলাইৰ পৰা দৰঙত কভিড ৰোগীৰ চিকিৎসাৰে জড়িত প্ৰায় ৬০ গৰাকী অস্হায়ী কৰ্মচাৰীয়ে পালন নকৰে দায়িত্ব। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভয়াবহ মহামাৰীৰ সময়ত...

চিকিৎসা আৰু আৰক্ষী কৰ্মীক সম্বৰ্ধনা জ্ঞাপন প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাৰ ।

পশ্চিম যোৰহাটঃ  যোৰহাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা অসম ৰাজ্যিক বি জে পিৰ উপ সভানেত্ৰী সুশীলা হাজৰিকাই আজি পুলিবৰ আৰক্ষী থানাৰ আৰক্ষীসকল...

কৰিমগঞ্জত ভূমিস্খলনৰ ফলত ৬ গৰাকী ব্যক্তিৰ সলিল সমাধি

ৰাহুল পাল, কৰিমগঞ্জ কৰিমগঞ্জৰ কালিগঞ্জত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ভূমিস্খলনত মাটিৰ তলত সলিল সমাধি ঘটিল ৬ গৰাকী লোকৰ। একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ লগতে...

Popular