মুখ্য-পৃষ্ঠা

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব : দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰিলে

নাজিৰা সীমান্ত অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰুসোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰনাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত, গেলেকী...

পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯৭ জনৰ মৃত্যু

কৰাচী পাকিস্তানত ভয়াৱহ বিমান দুৰ্ঘটনা ৷ প্ৰাণ গ’ল ৯৭ জনৰ ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুজন ৷ পাকিস্তান আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনছৰ A320 এয়াৰবাছ বিমানখন কৰাচীৰ জিন্নাহ...

অসম দৰ্শনৰ জৰিয়তে ধৰ্মীয় পৰ্য‍্যটন উন্নয়নৰ অভিলাষী আঁচনি । ন-ৰূপেৰে জিলিকিব কলিয়াবৰ, সাজু হৈ উঠিছে কলিয়াবৰৰ ঐতিহাসিক শ্ৰীশ্ৰী নৃসিংহ দেৱালয় ।

কলিয়াবৰ ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত নিৰ্মিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ে লভ কৰিছে ন-ৰূপ। ৰাজ‍্যৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ ঐতিহাসিক স্থলসমূহৰ সৌন্দৰ্য‍্যবৰ্দ্ধনৰ কাম...

নাজিৰাত দ্বিতীয় গৰাকী যুৱতীৰ ক’ভিড-১৯ পজিটিভ : আক্ৰান্তৰ গৃহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নাজিৰা সমগ্ৰ দেশতে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাৰ দৰে নাজিৰাতো এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পোৱাত জনসাধাৰণৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে।...

ক’ৰোনাৰ সন্ত্ৰাসৰ সময়তেই ‘কা’ আন্দোলনৰ শ্বহীদ টীয়কৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ

টীয়ক ক’ৰোনাৰ সন্ত্ৰাসৰ সময়ত 'কা' আন্দোলনৰ প্ৰথম শ্বহীদ টীয়কৰ বনাই অঞ্চলৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে।...

Popular