মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ

পূৰ্ববংগীয় মূলৰ মুছলমানৰ দললৈ পৰিণত হোৱা অসমৰ কংগ্ৰেছ দলটো এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জড়িত৷

ED-এ জব্দ কৰিলে প্ৰাক্তন IPS বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি

ED-এ জব্দ কৰিলে প্ৰাক্তন IPS বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি। দুৰ্নীতিত লিপ্ত প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্তৰ ৫৩ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত।

কোনো শৰীৰ চৰ্চা নাই, তথাপিও মানুহ ১০০ বছৰৰ ওপৰত জীয়াই থাকে; এই পাঁচখন ঠাইৰ মানুহৰ বিষয়ে জানক

কোনো শৰীৰ চৰ্চা নাই, তথাপিও মানুহ ১০০ বছৰৰ ওপৰত জীয়াই থাকে; এই পাঁচখন ঠাইৰ মানুহৰ বিষয়ে জানক

পাকিস্তানৰ কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ

আত্মঘাতী বোমা বিস্ফোৰণত ৪জনকৈ লোকৰ মৃত্যু। মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ পোৱাৰ আশংকা। ঘটনাত আহত হৈছে আন ৩জন লোক।

পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক

জাপানৰ উত্তৰ-পূব প্ৰান্তত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৬.১। বৰ্তমানেও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।

Popular