মুখ্য-পৃষ্ঠা

বৰপেটাৰোডত নিশা মৰ্মান্তিক ঘটনাঃ প্ৰাণ হেৰুৱালে দুই উদীয়মান যুৱকে

বৰপেটাৰোডত নিশা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা! ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে সেনাবাহিনীত যোগ দিবলৈ সপোন দেখা দুই উদীয়মান যুৱকে।

‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা

মঙলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা ক্ৰীড়া তাৰকাসকলৰ ভিতৰত আছিল ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা, হকী তাৰকা সবিতা পুনিয়া আৰু টেনিছৰ মহান বিজয় অমৃত্ৰাজ।

ছুপ্রিম ক’ৰ্টত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ নতুনকৈ আবেদন…

ছুপ্রিম ক'ৰ্টত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ নতুনকৈ আবেদন। জুবিন গাৰ্গ হত্যা গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰিবলৈ এই আবেদন।

বিজনীত ৰে’লৰ খুন্দাত নিহত অসম আন্দোলনৰ সক্ৰিয় নেতা

নিহত লোকজন অসম উন্নতি সভাৰ চিৰাং জিলা সমিতিৰ সভাপতি, অসম আন্দোলনৰ সক্ৰিয় নেতা তথা প্ৰাক্তন শিক্ষক ভৱানী প্ৰসাদ ৰায়।

দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ ব্যৱসায়ী

কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন পাতিছিল গৌতম বৰুৱাই। ৰাজপথ আবদ্ধ কৰাৰ অভিযোগত আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ।

Popular