মুখ্য-পৃষ্ঠা

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস

লাখ লাখ জুবিন অনুৰাগীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ। নতুন গামোচাৰে সজাই পৰাই তুলিছে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনঃ অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

৪,০০০ কোটি টকাৰ সম্পত্তিৰ মালিক বিজেপিৰ বিধায়কে মুম্বাইৰ ৰাজপথত ৪ ঘণ্টা ভিক্ষা খুজি লাভ কৰিলে মাত্ৰ ৮৪ টকা!

অসমৰ ‘আইৰণ লেডী’ সংযুক্তা পৰাশৰৰ নতুন কৃতিত্ব, চিআৰপিএফৰ কোব্ৰা বাহিনীৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাবে পৰিগণিত

বিনামূলীয়া নহ’ব UPI চাৰ্ভিছঃ ২ হাজাৰ টকা পৰ্যন্ত UPI বিনামূলীয়া

এতিয়াৰে পৰা আৰু বিনামূলীয়া নহ’ব UPI চাৰ্ভিছ। UPIৰ ২ হাজাৰৰ ওপৰৰ মাৰচেণ্ট পেমেণ্টত নতুন চাৰ্জ আৰোপ। ২ হাজাৰৰ ওপৰত পেমেণ্টত ভৰিব লাগিব ০.৪% মাচুল।

Popular