Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ কৰোনাত আক্ৰান্ত

ডবকা : হোজাই জিলাত দিনক দিনে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আজি ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৬জন কৈ শিক্ষকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি
Read More...

নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনক লৈ মতভেদ

নলবাৰী : দলৈ নিৰ্বাচনক কেন্দ্ৰ কৰি মতভেদ সৃষ্টি হোৱা সন্দৰ্ভত আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনৰ চলিত মাহৰ ১৬ তাৰিখে তাৎক্ষণিকভাৱে
Read More...

বিভেদৰ জুই কোনে ছটিয়াই ?

✍ পুলিন শইকীয়া অসমৰ ৰাজনীতিত যেন আজি মূল্যবোধৰ স্থান নাই ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী প্ৰতিটো দলৰ সৰু-বৰ সকলো নেতাৰ মুখে মুখে আজমলৰ নাম বৰকৈ শুনিবলৈ পোৱা গৈছে ৷ সদাচাৰী ভকতৰ মুখত সকলো সময়তে কৃষ্ণ নাম শুনিবলৈ পোৱা
Read More...

বিশ্বৰ ভিতৰত সৰ্বনিম্ন : ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ ১.৫৭ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, দেশত ক’ভিড-১৯ত মৃত্যুৰ হাৰ ১.৫৭ শতাংশলৈ আহিছে, যিটো বিশ্বৰ ভিতৰতে নিন্মতম ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে এক সংবাদ মেলত কয়, ক’ভিড-১৯ত
Read More...

১ ছেপ্টেম্বৰৰ পৰা আনলক ৪

দৈনন্দিন বাৰ্তা ডেস্ক : অহা ৩১ আগষ্টত আনলক ৩ শেষ হ’ব ৷ আনহাতে ১ ছেপ্টেম্বৰৰ পৰা আনলক ৪ আৰম্ভ হ’ব ৷ যোৱা পাঁচ মাহ ধৰি দেশজুৰি বন্ধ আছে শিক্ষানুষ্ঠান ৷ আনলক ৪ আৰম্ভ হ’লে শিক্ষানুষ্ঠানবোৰ খুলিবনে নাই তাক লৈ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই
Read More...

এনআইএৰ চাৰ্জছীটত দাখিল : পুলৱামা কাণ্ডৰ পৰিকল্পনা মাছুদ আজহাৰ, ভায়েক আব্দুল ৰাউফ আজগৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : পুলৱামা কাণ্ডৰ পৰিকল্পনা কৰিছিল জইছ-ঈ-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰধান মাছুদ আজহাৰ আৰু ভায়েক আব্দুল ৰাউফ আজগৰে৷ অভিযোগনামাত এই কথাকে উল্লেখ কৰিছে এনআইএয়ে৷ জম্মুৰ আদালতত মঙলবাৰে ৫০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে
Read More...

ইজৰাইলত ১০০০ বছৰ পুৰণি সোণৰ মুদ্ৰা আবিষ্কাৰ কিশোৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ইজৰাইলৰ কিশোৰে হাজাৰ বছৰৰো অধিক সময়ৰ আগৰ কেতবোৰ সোণৰ মুদ্ৰা মাটিৰ পাত্ৰত থকা অৱস্থাত উদ্ধাৰ কৰিছে ৷ ইজৰাইলৰ পৌৰাণিক সম্পদ কৰ্তৃপক্ষই ১৮ আগষ্টত এই মুদ্ৰাবোৰ আবিষ্কাৰ কৰিছিল, কিশোৰ-কিশোৰীসকলে ইজৰাইলৰ এটা খনন কামত
Read More...

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত ২৩.৬৫ মিলিয়ন লোক আক্ৰান্ত

অনলাইন বাৰ্তা : সমগ্ৰ বিশ্বৰ ২১০ খনৰো অধিক দেশত ক’ৰোনা ভাইৰাছত ২৩.৬৫ মিলিয়ন লোক আক্ৰান্ত হৈছে ৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ ৮১১৮৯৫ জন লোকৰ মৃত্যু হৈছে ৷ ইপিনে এই ভাইৰাছত আক্ৰান্ত হৈ ১৫ মিলিয়নৰো অধিক লোক আৰোগ্য হৈছে ৷ বিশ্ব স্বাস্থ্য
Read More...

চিকিৎসকক আতিশয্যৰ প্ৰতিবাদত বুধবাৰে নাগালেণ্ডত ২৪ ঘণ্টাৰ বাবে চিকিৎসা ব্যৱস্থা বন্ধ ঘোষণা

দৈনন্দিন বাৰ্তা ডেস্ক : আৰক্ষীয়ে চিকিৎসকক আতিশয্য কৰাৰ অভিযোগত নাগালেণ্ড ইন-ছাৰ্ভিচ ডক্টৰছ এছ’চিয়েছনে অহা বুধবাৰে পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে ৰাজ্যখনৰ সকলো স্বাস্থ্য সেৱা সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে ৷ নাগালেণ্ড ইন-ছাৰ্ভিচ ডক্টৰছ
Read More...

পাকিস্তানৰ চিনেমা উদ্যোগৰ বহু অভিনেত্ৰীৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ডাউদ ইব্ৰাহিমৰ

দৈনন্দিন বাৰ্তা ডেস্ক : পাকিস্তানৰ কৰাচীতে আছে ডাউদ ইব্ৰাহিম ৷ এই কথা স্বীকাৰ কৰিলে পাকিস্তান চৰকাৰে ৷ ১৯৯৩ চনত মুম্বাই কাণ্ডৰ মূল অভিযুক্তক আশ্ৰয় দিয়াৰ কথা অস্বীকাৰ কৰিছিল পাকিস্তানে ৷ অৱশেষত ডাউদৰ ঠিকনা প্ৰকাশ কৰিলে ইমৰান খান চৰকাৰে ৷
Read More...