Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

২০২৪ চনত পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প

প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প পুনৰ সাজু আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ।২০২৪ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি বুধবাৰে তেওঁ ঘোষণা কৰে। তেওঁ কয়, "মই আজি ৰাতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে মোৰ
Read More...

কণমানি সন্তানটোৰ গাত ব্যৱহাৰ নকৰিব জনছন এণ্ড জনছনৰ বেবী পাউদাৰ। অঘটন ঘটিব পাৰে।

আপোনাৰ কণমানি শিশুটিৰ গাত জনছন এণ্ড জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰে নেকি? যদি ব্যৱহাৰ কৰে, এতিয়াৰে পৰা সাৱধান ! কিয়নো আকৌ এবাৰ নমুনা সংগ্ৰহ কৰা হ’ব জনছন বেবী পাউদাৰৰ। বম্বে উচ্চ ন্যায়ালয়ে জনছন এণ্ড জনছনৰ বেবী পাউদাৰৰ নমুনা পুনৰ পৰীক্ষা
Read More...

LPG চিলিণ্ডাৰক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ! উপকৃত হ’ব লাখ লাখ গ্ৰাহক

যদি আপোনাৰ ৰন্ধন গেছৰ সংযোগ থাকে, তেন্তে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ ফালৰ পৰা এক বিবৃতিত জনোৱৈ হৈছে কিউ আৰ কোড বেছড চিলিণ্ডাৰ মুকলি কৰা হৈছে। ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱে জনাইছে যে ঘৰুৱা ৰন্ধন গেছৰ
Read More...

বোকাখাত একে ৰাতিতে এখন গাঁও বনাই পেলালে কংগনা ৰাণাৱতে। কাৰণ ‘ইমাৰজেঞ্চী’

কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম। বোকাখাতত বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ ‘ইমাৰজেঞ্চী’ ছবিৰ শ্বুটিং। দেওবাৰে অতি সংগোপনে কাজিৰঙাত বাহৰ পতা বলীউদ কুইন কংগনাই বোকাখাতৰ নিকৰিঘাটত
Read More...

৫০ বছৰীয়া হ’ব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ। জন্মস্থান যোৰহাটত অনুৰাগীয়ে আয়োজন কৰিছে জন্মদিনৰ…

কাইলৈ ১৮ নৱেম্বৰ । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপজা দিন। প্ৰতিবছৰেই জুবিনৰ অসংখ্য গুণমুগ্ধই তেওঁৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰি আহিছে৷ এইবাৰো অনুৰাগীসকলে তেওঁৰ এই বিশেষ দিনটোক উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, জুবিন ফেন ক্লাবে যোৰহাটত
Read More...

হৃত্বিক ৰোছনৰ পিছে পিছে অনিল কাপুৰ আৰু দীপিকা পাডুকোন। তেজপুৰত ‘ফাইটাৰ’ৰ শ্বুটিং।

‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত আজি তেজপুৰ আহি উপস্থিত হ’ব বলীউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন। তেওঁলোকৰ সৈতে আহিব ১২০ জনীয়া এটা টিম৷ ইতিমধ্যে চাৰিদিন
Read More...

ফ্লপৰ উপৰি ফ্লপ। অতিষ্ঠ হৈছে আমিৰ খান। ল’ব বিচাৰিছে ডাঙৰ সিদ্ধান্ত। এৰি পেলাব নেকি অভিনয়?

বিগত সময়ত তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বাবে প্ৰচণ্ডভাৱে শিৰোনাম দখল কৰিছিল আমিৰ খানে। মুক্তিৰ পূৰ্বে এই ছবিখনক লৈ বহু আলোচনা হৈছিল একে সময়তে ছবিখনৰ অৱস্থাক বিশ্বাস কৰিব পৰা নাই ছবি নিৰ্মাতাসকলে। ইফালে আমিৰ খানে নিজৰ কেৰিয়াৰ সন্দৰ্ভত এটা
Read More...

দুবাৰ চেষ্টা কৰিও শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক নিব নোৱাৰিলে কৰণ জোহৰে। আৰিয়ানৰ হেনো মন নাই!

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বলীউডত চাবৰ বাবে অনুৰাগীসকল উৎসাহিত হৈ আছে। আৰিয়ান খানৰ বলীউড অভিষেকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনেক লোক। অনুৰাগীসকলে আশা কৰিছে যে আৰিয়ানেও পিতৃৰ পদাংক অনুসৰণ কৰিব। অৱশ্যে এতিয়া এনে লাগিছে যে
Read More...

৫০ টকাৰ বাবেই কিশোৰক হত্যাৰ অপচেষ্টা;গুৱাহাটীৰ বামুণীমৈদামত এই ঘটনা।

মাত্ৰ ৫০ টকাৰ বাবে হত্যাৰ চেষ্টা এজন কিশোৰক। ৫০ টকা এটা নিদিয়াৰ বাবেই কিশোৰক হত্যাৰ এই অপচেষ্টা সংঘটিত হৈছে মহানগৰীৰ বামুণীমৈদামত। মহানগৰীৰ বামুণীমৈদামৰ কলনী বজাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই হতভম্ব কৰি তোলে সকলোকে। ব্লেডেৰে ডিঙিত ৰেপ দি
Read More...

‘বিক্ৰম–এছ’-ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট; উৎক্ষেপণ কৰা হ’ব ১৫ নৱেম্বৰত।

আগন্তুক ১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট ‘বিক্ৰম–এছ’ উৎক্ষেপণ কৰা হ’ব। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ ‘স্কাইৰুট এৰোস্পেচ’এ শুকুৰবাৰে এই ঘোষণা কৰে। স্কাইৰুট এৰোস্পেচৰ এই প্ৰথম অভিযানক ‘প্ৰাৰম্ভ’ নাম দিয়া হৈছে য’ত
Read More...