মুখ্য-পৃষ্ঠা

Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ

Dhakuakhana। সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত 'নটসূর্য'ৰ ২৮সংখ্যক বার্ষিক নাট সমাৰোহ ৫দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ । উদ্বোধনী নাট হিচাপে ঢকুৱাখনাৰ পৰা গৌৰৱ বৰুৱাৰ নেতৃত্বত অহা ভাস্কৰ বৰুৱাৰ ৰচিত আৰু পৰিচালিত, ঢকুৱাখনা এক্টিং একাডেমী প্রযোজিত নাটক 'মলখু' নাটখন মঞ্চস্থ কৰে।

Chaolung Sukaphaa:চাওলুং চুকাফা

উজনি বাৰ্মাৰ (ম্যানমাৰ) ইৰাৱতী আৰু চেলুইন নদীৰ মাজত অৱস্থিত এখন টাই ৰাজ্য মুং-ৰি-মুং-ৰাম।(Chaolung Sukaphaa) ৰাজ্যখনৰ কিছুমানলোকে ইৰাৱতী নৈ পাৰ হৈ মুং-মিত নামৰ এখন নতুন ৰাজ্য গঠন কৰে।

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ(Angelic Bonds) ১৭ বছৰীয়া ছাত্ৰ সন্দীপ বাকালীয়ে(Sandeep Bakali) এক অনন্য সাফল্য লাভ কৰিছে৷(Amazon) এই বয়সতে প্ৰকাশ কৰি উলিয়াইছে 'এঞ্জেলিক বণ্ডছ-দ্যা জাৰ্ণি অৱ ড্ৰীমছ, লাভ এণ্ড ৰেজিলিয়েন্স' (Angelic Bonds: The journey of Dreams, Love and resilience) শীৰ্ষক তেওঁৰ প্ৰথমখন গল্প পুথি৷

Mising Sports Carnival:মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

মিচিং জনগোষ্ঠীৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰা মিচিং স্প’ৰ্টছ কাৰ্নিভেল(Mising Sports Carnival) বৰ্ণিল কাৰ্যসূচীৰে কালি পুৱতি নিশা সামৰণি পৰিছে৷

International Badminton Championships:গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ-১০০ আন্তৰ্জাতিক বেডমিণ্টন

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত কাইলৈৰ পৰা আৰম্ভ হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা(International Badminton Championships)৷

Popular