মুখ্য-পৃষ্ঠা

পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি পৰিল।

আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

আজি শ্যামকানুৰ জামিনৰ ৰায় দিব আদালতে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালত হ'ব জামিন আবেদনৰ ৰায়দান।

বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক পুনৰ গ্ৰেপ্তাৰ

বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক পুনৰ গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি কৰ ফাকি দি আহিছিল বিতৰ্কিত ব্যৱসায়ীজনে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ পদত্যাগ, ডি কে শিৱকুমাৰ হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী…

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই পদত্যাগ, ডি কে শিৱকুমাৰ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী...

কেঁচা আম কিয় ফ্ৰীজত ৰাখিব নালাগে ?

কেঁচা আম ফ্ৰীজত নাৰাখিব। বিশেষজ্ঞসকলৰ মতে ঠাণ্ডাৰ ফলত আম পকা প্ৰক্ৰিয়াটো লেহেমীয়া হয়, যাৰ ফলত ইয়াৰ সোৱাদ আৰু সুগন্ধি কমি যায়।

Popular