মুখ্য-পৃষ্ঠা

কেঁচা আম কিয় ফ্ৰীজত ৰাখিব নালাগে ?

কেঁচা আম ফ্ৰীজত নাৰাখিব। বিশেষজ্ঞসকলৰ মতে ঠাণ্ডাৰ ফলত আম পকা প্ৰক্ৰিয়াটো লেহেমীয়া হয়, যাৰ ফলত ইয়াৰ সোৱাদ আৰু সুগন্ধি কমি যায়।

টীয়কৰ সুনীয়া নৰহ জিলিকিল মডেলিং জগতত

টীয়ক জোনাকী নগৰৰ গৃহিনী সুনীয়া নৰহে মডেলিং জগতত ভৰি দি নাম জিলিকাবলৈ সক্ষম গৈছে।

বিশ্বনাথৰ চামগুৰিত সচেতন যুৱকসকলৰ উদ্যোগত চাফাই অভিযান

বিশ্বনাথৰ চামগুৰিত সচেতন যুৱকসকলৰ উদ্যোগত চাফাই অভিযান। এই শ্ৰমদানেৰে চামগুৰি গাওঁখন চৌপাশৰ পৰিৱেশ চাফ চিকুন কৰি আহিছে৷

কাইলৈৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষা

কাইলৈৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষা। ৫ জুনলৈকে অনুষ্ঠিত হ'ব মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষা।

মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই

পদত্যাগ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব সিদ্দাৰামায়াই।বৃহস্পতিবাৰে অনুষ্ঠিত ব্রেকফাষ্ট মিটিঙত এই ঘোষণা।

Popular