Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : মঙলবাৰ পৰ্যন্ত কোনো ব্যৱস্থা ল’ব নোৱাৰিব শচীন পাইলট-অনুগামীৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : মঙলবাৰ পৰ্যন্ত শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ‘‌দলবিৰোধী কাম’‌ৰ অভিযোগত পাইলট আৰু তেওঁৰ সংগীৰ বিধায়ক পদ খাৰিজ কৰাক লৈ কংগ্ৰেছ আৰু
Read More...

স্তব্ধ যান-বাহন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ পঠিওৱাৰ চেষ্টা বনৰক্ষী আৰু আৰক্ষীৰ।

কলিয়াবৰ : কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এটা প্ৰকাণ্ড গঁড়ৰ অৱস্থান। দুই পাৰৰ যান-বাহন স্তব্ধ। গঁড়ে পথ এৰাৰ নামেই নলয়। বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা। গঁড়ো
Read More...

নগাঁৱত ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক ।

নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টীত আজি ৰখাই থোৱা এখন ট্ৰাকত অগ্নিসংযোগ হোৱাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ইছলামপট্টীৰ জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত মেৰামতিৰ বাবে পথৰ দাঁতিত ৰখাই থোৱা এ এছ ০৯ চি ৭৩৮৮ নম্বৰৰ ট্ৰাকখন আজি দুপৰীয়া হঠাৎ দপ দপকৈ
Read More...

লুইতৰ উগ্ৰমুৰ্ত্তিয়ে নিদ্ৰা হৰিছে নগাঁওবাসীৰ, জলসম্পদ মন্ত্ৰীৰ গৃহজিলাত বিপদ ডংকা ।

 নগাঁও : নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ লুইতৰ বানে বুৰাই পেলোৱাৰ আশংকাই বৰ্তমান আতংকিত কৰিছে জিলা দুখনৰ নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নগাঁও জিলাৰ নৈপৰীয়া ৰাইজক লুইতৰ বানৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মান কৰা শিলঘাট-ধিং মথাউৰিৰ সঠিক
Read More...

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি । ভাৰাতীয়া জবকাৰ্ডৰে আঁচনিৰ ধন আত্মসাত ফকিৰপাৰা গাওঁ…

দলগাঁও : লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগাৰ অধীনত বুজন পৰিমাণৰ টকা আৱন্টণ দিছে ঠিকেই কিন্তু দৰং জিলাৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত
Read More...

অনুৰাগীৰ আশাত চেঁচাপানী, সুশান্তৰ মৃত্যুক লৈ নহয় চি বি আই তদন্ত, স্পষ্ট কৰিলে মহাৰাষ্ট্ৰৰ…

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ বলিউড অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যুক লৈ নহয় চি বি আই তদন্ত। সামাজিক মাধ্যমত বিগত প্ৰায় এমাহ ধৰি সুশান্তৰ অনুৰাগীসকলে কৰি অহা চি বি আই তদন্তৰ দাবী নস্যাৎ কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে।
Read More...

হঠাৎ সুৰ সলনি ট্ৰাম্পৰ, কেৱল ভাৰতকে নহয়, চীনকো ভালপায় মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ হঠাৎ সুৰ সলনি কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিছুদিনৰ আগতে চীন-ভাৰতৰ মাজত যদিহে সংঘৰ্ষ হয়, আমেৰিকা সদায়েই ভাৰতৰ কাষত থিয় দিব বুলি কোৱা ট্ৰাম্পে দিন বাগৰাৰ লগে লগে কথাও সলনি কৰিছে। শেহতীয়াকৈ মাৰ্কিন
Read More...

জনজাতিকৰণৰ দাবীত মটক যুৱ ছাত্ৰৰ মানব শৃংখল, মাহযোৰা আন্দোলন ঘোষণা ।

তিনিচুকীয়া : মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান আৰু স্বায়ত্ত শাষণ প্ৰদানৰ দাবীত স্থানীয় তিনিকোনীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মানব শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। এঘণ্টাযোৰা কাৰ্যসূচীত বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হুচিয়াৰ, no s t
Read More...

ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, সময় থাকোতেই ঠিক হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দুটাকৈ ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। মুখ্যমন্ত্ৰীক ভাবুকি, সময় থাকোতেই শুধৰণি হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ। বৃহস্পতিবাৰে এনেদৰে ইমেইল যোগে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক প্ৰাণে মৰাৰ ভাবুকি
Read More...

২৮৪ বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ড ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এখন আদালতে বৃহস্পতিবাৰে ২১ খন দেশৰ ২৮৪ জন বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ এই সন্দৰ্ভত যোৱা ৬ জুলাইত আবেদন দাখিল কৰা হৈছিল, য’ত ছাকেট আদালতে জামিতৰ সদস্যসকলক ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰ জৰিমনা
Read More...