স্থানীয় বাৰ্তা

ভাৰত বাংলা সীমান্ত বিননাছোৰা,বালাডোবাত উত্তেজনা : BSF ৰ কাৰ্য্যত অসন্তুষ্ট অঞ্চলবাসী

ভাৰত বাংলাৰ মূল সীমাৰ পৰা দুই কিলোমিটাৰ ভিতৰত  কাঁইটীয়া তাৰৰ বেৰ BSF ৰ ।কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি জিৰো পইণ্টৰ পৰা 150 মিটাৰৰ ভিতৰত হব...

আৰ্থিক সংকটৰে জীৱন যুজঁত অৱতীৰ্ণ হোৱা সুকণ্ঠী গায়িকা চয়নিকা সভাপণ্ডিতলৈ অসম চৰকাৰৰ সহায়

জীৱনে কি নিশিকাই । দিনটোৰ  দুবেলা - দুমুঠি যোগাৰ কৰিবলৈকে গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা সু - গায়িকা চয়নিকা সভাপণ্ডিতে  জীৱন যুজঁত অৱতীৰ্ণ হৈছে...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল, কি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ?

আজি বিজুলি ভৱনত শক্তি বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবর্গৰে দুঘণ্টাজোৰা বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰে...

সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ এবছৰ, আজিও প্ৰতিগৰাকী অনুৰাগীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি

এটা বছৰ সম্পূৰ্ণ হ’ল সুশান্ত সিঙৰ অনুপস্থিতিৰ৷ বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে যদিও আজিও প্ৰতিগৰাকী অনুৰাগী তথা চলচ্চিত্ৰপ্ৰেমীৰ...

লাহৰীঘাটৰ বগলীপাৰাত নগদ ধন সহ ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটত  যোৱা নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি  ড্ৰাগছ , নগদ ধনসহ  এজনক  আটক  কৰে। বগলীপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী...

Popular