স্থানীয় বাৰ্তা

দহলাখ টকাৰ ব্যয়ৰে কুসুমটোলাৰ দীপাটোলাত খেলাপথাৰৰ চাৰিসীমাৰ দেৱালৰ আধাৰশিলা শিলা স্থাপন

জামুগুৰিহাট : চতিয়া সমষ্টিৰ কুসুমটোলাৰ নিকটৱৰ্ত্তি দীপাটোলাৰ দীপাটোলা খেলাপথাৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ২০১৯-২০ বৰ্ষৰ আনটাইট পুঁজিৰ পৰা আৱণ্টন হোৱা...

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ প্ৰৱেশ নিষিদ্ধ

বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ...

নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ

নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭...

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে মুকলি : উমানন্দ মন্দিৰৰ লগতে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক-মনোমোহা দৃশ্য

দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে ৷ গুৱাহাটীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগ কৰিছে এই ৰ’প ৱেই...

উজনি মাজুলী মূদৈবিল অঞ্চলৰ এদল কনমানিৰ প্ৰতিভা

উজনি-মাজুলী : এফালে ক'ৰোনা আনফালে আকৌ অসমীয়াৰ পবিত্ৰ ভাদ মাহ। ভাদ মাহতে মহাপুৰুষ কেইজনৰ  জন্ম  সেয়ে কোৱা হয় ভাদ মাহতো পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহতে ক'ৰোনা ভাইৰাছকো একাশৰীয়া...

Popular