স্থানীয় বাৰ্তা

নগাঁৱত মূল্য বৃদ্ধিৰ প্ৰতিবাদ ছাত্র সন্থাৰ: ধৰ্মেন্দ্ৰ প্ৰধান- ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ।

নগাওঁ : পেট্ৰলজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত সদৌ নগাওঁ জিলা ছাত্র সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। ছাত্র...

পূৱ মাজুলীত কৃষিভূমি কাঢ়ি লোৱা, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত প্ৰতিলিপি দাহ আছুৰ।

উজনি-মাজুলী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বনগাঁও চাৰিআলিত উদ্যোগ স্থাপনৰ অজুহাতত কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া...

হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল।

নলবাৰী : সমগ্ৰ অসম তথা পুৰ্ণভূমি ভাৰতবৰ্ষত বসবাস কৰা লোকসকল ধৰ্মীয় অগ্ৰাসনৰ বলি হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অভিশপ্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দোহাই দি...

ভূমিনীতি প্ৰত্যাহাৰৰ দাবীত তিনিচুকীয়াত ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ।

তিনিচুকীয়া : মোদীৰ নতুন আক্ৰমণ প্ৰতিহত কৰিবলৈ শ্ৰমিক শ্ৰেণী আকৌ গৰজি উঠিছে, এই মন্তব্য কৰিছে ট্ৰেড ইউনিয়ন যৌথ মঞ্চই। আজি ৩ জুলাইত ভাৰতৰ দহটা...

পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া আছুৰ বিক্ষোভ কাৰ্যসূচী ।

তিনিচুকীয়া : পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদকল্পে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।...

Popular